বাঁহৰ মূঢ়া, কাঠৰ টুকুৰা, গছৰ শিপাকে ধৰি বিভিন্ন পেলনীয়া সামগ্ৰীৰে বিভিন্ন জীৱ-জন্তু, মানুহৰ অৱয়ব প্ৰস্তত কৰি নিজৰ শিল্পী মনৰ পৰিচয় দিবলৈ সক্ষম হৈছে টিংখাঙৰ ঔফুলীয়া গাঁৱৰ এজন লোকে ৷ গাঁওখনৰ মৃদুল হাজৰিকা নামৰ ব্যক্তিজনে ২০০০ চনৰ পৰাই এনেদৰে গাঁৱতে লাভ কৰা বিভিন্ন সামগ্ৰীৰে শিল্পকৰ্ম অব্যাহত ৰাখিছে ৷ পেছাত এজন কাঠমিস্ত্ৰী মৃদুল হাজৰিকাই আজৰি সময়ত নিৰ্জীৱ বাঁহৰ মূঢ়া, কাঠৰ টুকুৰাত নিজৰ শৈল্পিক হাতৰ পৰশত জীৱন্ত ৰূপ দিবলৈ সক্ষম হৈছে ৷ এই দীঘলীয়া সময়ছোৱাত মৃদুল হাজৰিকাই হৰিণা, গড়, হাতী, ভালুক আদিকৰি বিভিন্ন জীৱ-জন্তু আৰু মানুহৰ অৱয়ব প্ৰস্তুত কৰি দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ তদুপৰি বিহুৰ সময়ত লোকবাদ্য গগনা আৰু কাকৈ ফণী নিৰ্মাণ কৰি বিক্ৰী কৰিও আহিছে ব্যক্তিজনে ৷ মৃদুল হাজৰিকাৰ আশা তেওঁৰ শিল্পকৰ্মই এদিন স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ'ব ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ডিব্ৰুগড়ত গনেশ পূজাৰ উপলক্ষে উৎসৱমুখৰ পৰিৱেশ।
ডিব্ৰুগড়ত গনেশ পূজাৰ মৃন্ময় প্ৰতিমাসমূহ বিসৰ্জন দিবলৈ নিয়াৰ প্ৰাকমূহূৰ্তত ৰাজপথত এক উৎসৱমুখৰ...
Lok Sabha Election Results 2024 Live Updates: शुरुआती रुझानों में जबरदस्त टक्कर | INDIA Vs NDA
Lok Sabha Election Results 2024 Live Updates: शुरुआती रुझानों में जबरदस्त टक्कर | INDIA Vs NDA
સલાયા વાડી પ્રાથમિક શાળા માં ધ્વજવંદન કરાયું
સલાયા વાડી પ્રાથમિક શાળા માં ધ્વજવંદન કરાયું