ভাৰতীয় জাতীয় কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি মল্লিকাৰ্জুন খৰ্গেই সভাপতিৰ দায়িত্ব পোৱাৰ পিচত বিজেপি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মংগলদৈ লোক সভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই কেইটামান গুৰুত্বপূৰ্ণ মন্তব্য আগ বঢ়াইছে৷বূধবাৰে সাংসদ গৰাকীয়ে বাহাৰঘাটত সাংবাদিকৰ আগত উক্ত মন্তব্য আগবঢ়াই৷তেওঁ কয় কংগ্ৰেছ এতিয়া ডুৱন্ত নাও৷অকল ডুবাই নহয় নাওখনত বহুতো ফুটা হৈছে৷সেইফুটা বাতি সংগঠন কৰাটো দলটোৰ বাবে অসম্ভৱ৷মুঠৰ ওপৰত আগন্তুক বিশ পচিশ বছৰলৈ কংগ্ৰেছ দল শাসনত অহাটো অসম্ভৱ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસામાં પાકિસ્તાની આતંકી ઝડપાયો || સબંધ ભારત ન્યૂઝ ||
ડીસામાં પાકિસ્તાની આતંકી ઝડપાયો || સબંધ ભારત ન્યૂઝ ||
Upcoming SUV: इंडियन मार्केट में जल्द एंट्री मारेंगी ये एसयूवी, Mahindra Thar 5-Door से Tata Curvv तक
Tata Motors ने पुष्टि की है कि वह इस साल की दूसरी छमाही में नई एसयूवी कर्व लॉन्च करेगी। कार...
মৰিগাঁৱত জলজীৱন মিচনৰ কৰ্মশালা ।
জলজীৱন মিছন আঁচনি সন্দৰ্ভত মৰিগাঁৱত এদিনীয়া কৰ্মশালা। জনস্বাস্থ্য কাৰিকৰী বিভাগ, মৰিগাঁও সংমণ্ডলৰ...
ભાવનગરના યુવકે સૂક્ષ્મ અક્ષરે ચોખાના 314 દાણા પર આખી શ્રીહનુમાન ચાલીસા લખી સર્જ્યો રેકોર્ડ
ભાવનગર જિલ્લાના ઉમરાળા તાલુકાના અંતરયાળ ગામ અલમપરના વતની એવા ગોહિલ લગ્ધીરસિંહ ખેંગારસિંહએ ચોખાના...