Royal k Present ৰ উদ্যোগত নাৰায়ণপুৰত অনুষ্ঠিত হয় Mr & Miss Sensational সৌন্দৰ্য প্ৰতিযোগিতা ৷ দেউৰী পুঁথিভৰালৰ প্ৰেক্ষাগৃহত তিনিদিনীয়া কাৰ্যসুচীৰে অনুষ্ঠিত প্ৰতিযোগিতাখনত শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷ নাৰায়ণপুৰত প্ৰথম বাৰ অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ পূৰ্বে ৰাজ্যৰ আগশাৰীৰ ফেশ্বন ডিজাইনাৰ আৰু কৰিঅ’গ্ৰাফাৰৰ দ্বাৰা দহদিনীয়াকৈ কৰ্মশালা অনুষ্ঠিত হৈছিল ৷ উদীয়মান যুৱক কৃষ্ণ শইকীয়াৰ ব্যৱস্থাপনাত অনুষ্ঠিত প্ৰতিযোগিতাখন সঞ্চালনা কৰে সাংস্কৃতিক কৰ্মী জিতেন শইকীয়াই ৷ আৰু মুখ্য অতিথি ৰুপে উপস্থিত থাকে নাৰায়ণপুৰ পৌৰসভাৰ পৌৰপতি হৰিশ চন্দক ৷ নাৰায়ণপুৰ অঞ্চলৰ শিশু আৰু কিশোৰ কিশোৰীসকলক ফেশ্বন জগতখনৰ সম্পৰ্কে জ্ঞান দিয়া আৰু প্ৰতিভা বিকাশৰ অৰ্থে সৌন্দৰ্য প্ৰতিযোগিতা খন অনুষ্ঠিত কৰা বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Bajaj Finance QIP Launch News | Stock में 2% की बढ़त, Book Value में 12% का इजाफा, आगे क्या होगा?
Bajaj Finance QIP Launch News | Stock में 2% की बढ़त, Book Value में 12% का इजाफा, आगे क्या होगा?
আহোম জাতিক মূৰ্দাবাদ ধ্বনি দিয়া কাৰ্যত গৰিহণা আটাছু চৰাইদেউ মহকুমা সমিতিৰ
অসমৰ অন্যতম প্রধান জনগোষ্ঠী হ'ল টাই আহোম সকল । কিন্তু শেহতীয়াকৈ টাই আহোম সকলক উদ্দেশ্যি একাংশ...
আজিৰে পৰা আৰম্ভ জগন্নাথ ৰথ যাত্ৰা
📌আজিৰে পৰা আৰম্ভ জগন্নাথ ৰথ যাত্ৰা
📌ভগৱান বিষ্ণুৰ এই অৱতাৰক কৰা হয় উপাসনা...
गणेश उत्सवा निमित्त पाटोदा पोलिस स्टेशनचे शक्तिप्रदर्शन@news23marathi
गणेश उत्सवा निमित्त पाटोदा पोलिस स्टेशनचे शक्तिप्रदर्शन@news23marathi
સુરત માં ગભરામણ થી 10 લોકો નાં મોત.
સુરતમાં ગભરામણથી 10 લોકોના મોત
સુરત.. હિટ વેવ.
સુરતમાં કાળઝાળ ગરમીથી ગભરામણને લીધે 10 લોકોના મોત...