ৰঙিয়া মহকুমাৰ অন্তৰ্গত গোপালপূৰ কুমতিবাৰীত এদাল অজগৰ উদ্ধাৰ হোৱাত ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছে৷উল্লেখ্য আজি সন্ধিয়া বৰলীয়া নৈত ঢেকীজালৰে মাছ মাৰি থকা অৱস্থাত জালত সাপদাল উঠি আহে৷ঢেকীজালত মাছৰ সলনি অজগৰ উঠা খৱৰটো ৰাইজে গম পোৱাত অসংখ্য ৰাইজে অজগৰটো প্ৰত্যক্ষ কৰে৷জানিব পৰামতে অজগৰ দাল অবশেষত বন বিভাগে উদ্ধাৰ কৰি লৈ যায়
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ধেমাজিৰ জীয়াঢল নদীৰ জলস্তৰ হঠাৎ বৃদ্ধি, হাহাকাৰ পৰিস্থিতি ৰাইজৰ , কুমতীয়া দলঙৰ প্ৰতি ভাবুকি
ধেমাজিৰ জীয়াঢল নদীৰ জলস্তৰ হঠাৎ বৃদ্ধি, হাহাকাৰ পৰিস্থিতি ৰাইজৰ , কুমতীয়া দলঙৰ প্ৰতি ভাবুকি
रेपुरा में अठजह हजार रिश्वत लेते सदर पटवारी को
लोकायुक्त ने किया ट्रैप ।
पन्ना।
रैपुरा मे अठारह हजार की रिश्वत लेते सदर पटवारी को लोकायुक्त ने किया ट्रैप।
2.तीन...
Trump wins Iowa Caucus : उम्मीदवारी की रेस में Donald Trump की अहम जीत, Vivek Ramaswamy हटे (BBC)
Trump wins Iowa Caucus : उम्मीदवारी की रेस में Donald Trump की अहम जीत, Vivek Ramaswamy हटे (BBC)