ৰঙিয়া মহকুমাৰ অন্তৰ্গত গোপালপূৰ কুমতিবাৰীত এদাল অজগৰ উদ্ধাৰ হোৱাত ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছে৷উল্লেখ্য আজি সন্ধিয়া বৰলীয়া নৈত ঢেকীজালৰে মাছ মাৰি থকা অৱস্থাত জালত সাপদাল উঠি আহে৷ঢেকীজালত মাছৰ সলনি অজগৰ উঠা খৱৰটো ৰাইজে গম পোৱাত অসংখ্য ৰাইজে অজগৰটো প্ৰত্যক্ষ কৰে৷জানিব পৰামতে অজগৰ দাল অবশেষত বন বিভাগে উদ্ধাৰ কৰি লৈ যায়
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જંબુસરમાં નવયુગ વિદ્યાલયના સૌજન્યથી ક્રિકેટ ટુર્નામેન્ટનું ભવ્ય આયોજન
જંબુસરમાં નવયુગ વિદ્યાલયના સૌજન્યથી ક્રિકેટ ટુર્નામેન્ટનું ભવ્ય આયોજન
কৃষি বিভাগৰ খুচুৰা বিক্ৰী কেন্দ্ৰত চলিছে ভাড়া ঘৰ। জিলা কৃষি বিষয়া প্ৰতিক্ৰিয়া
কৃষি বিভাগৰ খুচুৰা বিক্ৰী কেন্দ্ৰত চলিছে ভাড়া ঘৰ। জিলা কৃষি বিষয়া প্ৰতিক্ৰিয়া
Maserati ने 1.31 करोड़ रुपये में लॉन्च की Grecale SUV, 21 स्पीकर और ADAS के साथ मिलते हैं बेहतरीन फीचर्स
इटली की लग्जरी वाहन निर्माता Maserati की ओर से भारतीय बाजार में नई एसयूवी Grecale को...
মঙ্গলদৈ বাংলাগড় গাহৰি ব্যৱসায়ীৰ দৌৰাত্মক
দৰং জিলাৰ বিভিন্ন অঞ্চলত আফ্ৰিকান ছোৱাইন ফেভাৰৰ আতংক।*জিলা খনৰ পুনিয়া কমাৰপাৰা আৰু গধীয়া পাৰা...
ભરૂચ : જંબુસર ખાતે પ્રાઈમિનિસ્ટર સાહેબની સભા યોજાઈ હતી.
ભરૂચ : જંબુસર ખાતે પ્રાઈમિનિસ્ટર સાહેબની સભા યોજાઈ હતી.