দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন ১৫ নং বৰদেউৰী সমষ্টিৰ হৈ নিৰ্দলীয় প্ৰাৰ্থী ৰূপে মনোনয়ন পত্ৰ দাখিল কৰে কামান্ডাৰ দেউৰীয়ে ৷ সমষ্টিটোৰ বিভিন্ন দল সংগঠনৰ সহমতত নিৰ্দলীয় ৰূপে মনোনয়ন পত্ৰ দাখিল কৰি বিয়লি সমষ্টিটোত উপস্থিত হোৱাৰ লগে লগে শতাধিক সমৰ্থকে প্ৰাৰ্থীগৰাকীক জয়ধ্বনিৰে ফটকা ফুটাই ঢোলেদগৰে আদৰণি জনায় ৷ পৰিষদ খনৰ জন্মলগ্নৰে পৰা বৰদেউৰী সমষ্টিক প্ৰতিনিধিত্ব কৰি অহা অমৃতপ্ৰভা দেউৰীক লৈ ৰাইজৰ মাজত সৃষ্টি হোৱা তীব্ৰ অসন্তুষ্টিৰ বাবে কামান্ডাৰ দেউৰীয়ে নিৰ্দলীয় ৰূপে প্ৰতিদ্ধন্দিতা কৰিবলৈ আগবাঢ়ি আহিছে বুলি জানিবলৈ দিয়াৰ লগতে প্ৰাৰ্থীগৰাকীয়ে কয় তেওঁৰ বিজয়েৰে সমষ্টিটোত ওৰ পেলাব দীৰ্ঘদিনীয়া পৰিয়ালকেন্দ্ৰিক ৰাজনীতি , দুৰ্নীতি আৰু অপশাসন ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Royal enfield Himalayan 411 को रिप्लेस करेगी अपकमिंग हिमालयन 450? जानें इसपर क्या कहती है रिपोर्ट
मिडिया रिपोर्ट्स की मानें तो जब नए युग की हिमालयन बिक्री पर जाएगी तो यह मौजूदा हिमालयन 411 की जगह...
वरुडे येथील दोन मित्रांवर काळाचा घाला...
वरुडे: अमरावती तालुक्यातील मांगरुळी पेठ येथील नंदकिशोर घोरमाडे यांच्या मुलाचा विवाह सोहळा...
सरसंघचालक मोहन भागवत LIVE India's 76th Independence Day Celebrations
सरसंघचालक मोहन भागवत LIVE India's 76th Independence Day Celebrations
ચૂંટણી દરમ્યાન એસ એમ એસ અને સોશિયલ મીડિયાના દુરુપયોગની ફરિયાદ માટે નોડલ ઓફિસરની નિમણુક કરવામાં આવી
એસ.એમ.એસ તથા સોશિયલ મીડિયા દુરુપયોગ અટકાવવા કચ્છ જિલ્લા કક્ષાએ નોડલ અધિકારીની નિમણૂક કરાઈ...