দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন ১৫ নং বৰদেউৰী সমষ্টিৰ হৈ নিৰ্দলীয় প্ৰাৰ্থী ৰূপে মনোনয়ন পত্ৰ দাখিল কৰে কামান্ডাৰ দেউৰীয়ে ৷ সমষ্টিটোৰ বিভিন্ন দল সংগঠনৰ সহমতত নিৰ্দলীয় ৰূপে মনোনয়ন পত্ৰ দাখিল কৰি বিয়লি সমষ্টিটোত উপস্থিত হোৱাৰ লগে লগে শতাধিক সমৰ্থকে প্ৰাৰ্থীগৰাকীক জয়ধ্বনিৰে ফটকা ফুটাই ঢোলেদগৰে আদৰণি জনায় ৷ পৰিষদ খনৰ জন্মলগ্নৰে পৰা বৰদেউৰী সমষ্টিক প্ৰতিনিধিত্ব কৰি অহা অমৃতপ্ৰভা দেউৰীক লৈ ৰাইজৰ মাজত সৃষ্টি হোৱা তীব্ৰ অসন্তুষ্টিৰ বাবে কামান্ডাৰ দেউৰীয়ে নিৰ্দলীয় ৰূপে প্ৰতিদ্ধন্দিতা কৰিবলৈ আগবাঢ়ি আহিছে বুলি জানিবলৈ দিয়াৰ লগতে প্ৰাৰ্থীগৰাকীয়ে কয় তেওঁৰ বিজয়েৰে সমষ্টিটোত ওৰ পেলাব দীৰ্ঘদিনীয়া পৰিয়ালকেন্দ্ৰিক ৰাজনীতি , দুৰ্নীতি আৰু অপশাসন ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Kawasaki Ninja 500 vs Aprilia RS457: किसमें मिलता है दमदार परफॉर्मेंस, जानिए कीमत और फीचर्स का पूरा कंपेरिजन
Kawasaki Ninja 500 हाल ही में भारतीय मार्केट में लॉन्च हुई है। इसका मुकाबला पहले से मौजूद Aprilia...
શિવપુર, સાપકડા અને દીધડીયામાં વીજળી પડી: કોઈ જાનહાની નહીં
હળવદ તાલુકામાં કડાકા ભડાકા સાથે પડેલા વરસાદની સાથે વીજળી પણ પડવાના સમાચાર મળી રહ્યાં છે. જેમાં...
शिक्रापूर पोलीस ठाण्यात उपसरपंचाचा धिंगाणा
शिक्रापूर पोलीस स्टेशन मध्ये गोंधळ घालत फोडली काच
केंदूरच्या माजी उपसरपंचाला ऐन...
ঢুলীয়া গাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰভাত ফেৰী
দেশৰ ৭৫ সংখ্যক স্বাধীন দিৱস উপলক্ষে আজি ঢুলীয়া গাঁও প্ৰাথমিক বিদ্যালয়ত পুৱা আজাদী কা অমৃত মহোত্সৱ...
અપહરણના ગુન્હામાં છેલ્લા ૪ વર્ષથી નાસતા ફરતા આરોપી તથા ભોગબનનારને શોધી કાઢતી રાજુલા સર્વેલન્સ પોલીસ ટીમ
અપહરણના ગુન્હામાં છેલ્લા ૪ વર્ષથી નાસતા ફરતા આરોપી તથા ભોગબનનારને શોધી કાઢતી રાજુલા સર્વેલન્સ...