উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত আৰু আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সহযোগত এখনি বিশেষ বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ৰমেন চুতীয়াই সঞ্চালনা কৰা অনুষ্ঠানটো আঁত ধৰে অধ্যাপক দেৱৰাজ দত্তই। অনুষ্ঠানত মহাবিদ্যালয়খনৰ সমূহ শিক্ষক কৰ্মচাৰী, পূৱ মাজুলী মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক দ্বয় ক্ৰমে বুধিন বৰা আৰু যুগল চন্দ্র হাজৰিকা উপস্থিত থকা অনুষ্ঠানটোত 'Displaced person and their rights' শীৰ্ষক বিশেষ বক্তৃতা প্ৰদান কৰে উত্তৰ লখিমপুৰ (স্বতন্ত্র) মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড° দিগন্ত হাতীবৰুৱাই। মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা পৰিবেশিত গীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত মহাবিদ্যালয়ৰ ছাত্র ছাত্ৰীসকলৰ উপৰি পূৱ মাজুলী মহাবিদ্যালয়ৰ কুৰিৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্রহণ কৰে। অনুষ্ঠানটোত আদৰণী ভাষণ প্ৰদান কৰে অধ্যক্ষ ড° জাহ্নৱী লহকৰ বৰুৱাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
बसवराज बोम्मई ने की नितिन गडकरी से मुलाकात, इलकल-कारवार सड़क को राष्ट्रीय राजमार्ग में अपग्रेड करने का किया अनुरोध
नई दिल्ली। पूर्व मुख्यमंत्री और हावेरी-गडग निर्वाचन क्षेत्र के सांसद बसवराज बोम्मई ने...
Rahul Gandhi in Chhattisgarh: राहुल की भाषण से कितना प्रभावित हुए जनता? | Aaj Tak News
Rahul Gandhi in Chhattisgarh: राहुल की भाषण से कितना प्रभावित हुए जनता? | Aaj Tak News
Breaking News: Bihar में RJD ने रखा सीट शेयरिंग का फॉर्मूला | INDIA Alliance Seat Sharing
Breaking News: Bihar में RJD ने रखा सीट शेयरिंग का फॉर्मूला | INDIA Alliance Seat Sharing
Nissan Magnite EZ-Shift को इंट्रोडक्टरी प्राइस पर 30 नवंबर तक कर सकेंगे बुक, जानिए कब शुरू होगी डिलीवरी
Nissan Motor India ने घोषणा की है कि Magnite AMT को इंट्रोडक्टरी प्राइस पर 30 नवंबर 2023 तक खरीदा...
भानखेडा मार्गावर तरुणाची हत्या
वॉकिंगसाठी गेलेल्या तरुणाची चाकूने भोसकून हत्या करण्यात आली. ही घटना अमरावती शहरातील भानखेडा...