কাতিবিহুৰ নিশা হাজো সমষ্টিৰ বৰপূল্লা গাৱঁত এদল পুৰুষ মহিলাই অভিযান চলাই গাওঁখনৰ হিতেশ্বৰ শইকীয়া আৰু গীতিমা শইকীয়াৰ ঘৰত কেইবা লিটাৰো চুলাই মদ জব্দ কৰে৷উল্লেখ্য যে পতিপত্নী হালে দীৰ্ঘদিনৰ পৰা উক্ত অবৈধ বেহা চলাই সামাজিক পৰিবেশ বিনষ্ট কৰি আহিছে৷আনহাতে এই সম্পৰ্কে গাওঁবাসীয়ে সকিয়াই দি আহিছে যদিও হিমানী শইকীয়াই গাওঁবাসীৰ বাধাকো বুঢ়া আঙুলি দেখুৱাই উক্ত অবৈধ কাৰ্য্য কৰি আহিছিল৷আনকি গীতিমাই পুলিচ প্ৰশাষনকো নিজৰ কব্জাত ৰাখি উক্ত ব্যৱসায় কৰি অহা বুলি দম্ভালি মাৰে৷ৰাইজে তেওঁলোকৰ ব্যবসায়ত আৰক্ষীয়ে ৰহস্যজনক ভূমিকা লোৱাত আৰক্ষীৰ ওপৰতো ক্ষোভ উজাৰে নিশা সমবেত হোৱা শহস্ৰাধিক জনতাই৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Cyclone Michaung News: Chennai चक्रवाती तूफान से हाहाकार, डूबा Airport.. ठप्प हुई उड़ानें | Latest
Cyclone Michaung News: Chennai चक्रवाती तूफान से हाहाकार, डूबा Airport.. ठप्प हुई उड़ानें | Latest
Lok Sabha Election Phase 5 Voting: नाराजगी पर Raebareli की BJP MLA Aditi Singh ने तोड़ी चुप्पी!
Lok Sabha Election Phase 5 Voting: नाराजगी पर Raebareli की BJP MLA Aditi Singh ने तोड़ी चुप्पी!
মৰাণ আৰক্ষীৰ LPG গেছ চুৰি কৰি থাকোতে জব্দ কৰিলে চিলিণ্ডাৰ সহ ট্ৰাক।
মৰাণ আৰক্ষী থানাত LPG গেছ ভৰ্তি চিলিণ্ডাৰৰ বৃহৎ দম। যোৱা নিশা মৰাণ আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পম...
CG News: 100 से अधिक जवानों की जान लेने वाले चार नक्सलियों ने किया समर्पण, 2 गिरफ्तार
दंतेवाड़ा में पुलिस को बड़ी सफलता मिली। दो नक्सली दंपत्ति ने किया आत्म समर्पण किया जिसपर बीस लाख का...
জ্যোতি ক্লাবতএথেলেটিকছ প্ৰশিক্ষণ শিবিৰৰ সামৰণি, উপস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা।
মঙ্গলবাৰে গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানেৰে ৰংপুৰ জ্যোতি ক্লাবত এথেলেটিকছ প্ৰশিক্ষণ শিবিৰৰ সামৰণি কৰা...