মৰাণ আৰক্ষী থানাত LPG গেছ ভৰ্তি চিলিণ্ডাৰৰ বৃহৎ দম। যোৱা নিশা মৰাণ আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পম খেদি মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত নাহৰণি বৰবাম LPG গেছ ভৰ্তি প্ৰায় ৬৩ টা চিলিণ্ডাৰ, ১৯ টা খালী চিলিণ্ডাৰ, ১২ টা বাণিজ্যিক চিলিণ্ডাৰৰ লগতে গেছ চুৰি কৰা সমগ্ৰী আৰু চিলিণ্ডাৰ কঢ়িয়াই অনা AS03AC4175 নম্বৰৰ ট্ৰাক জব্দ কৰে। ঘটনাৰ সন্দৰ্ভত কোনো লোকক মৰাণ আৰক্ষীয়ে কোনো লোকক আটক কৰিব নোৱাৰিলে যদিও মৰাণ আৰক্ষীয়ে নিজাববীয়া গোচৰ ৰুজু কৰিছে আৰু তদন্ত আৰম্ভ কৰিছে। উল্লেখযোগ্য যে দীৰ্ঘদিনৰ পৰা মৰাণৰ আশে পাশে গেছ চুৰিৰ বৃহত চক্ৰ এটা জড়িত থকাৰ অভিযোগত পোৱা গৈছিল। তাৰ ভিত্তিত কালি মৰাণ আৰক্ষীয়ে এই অভিযান চলাইছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
সোণাৰি কমাৰ্চ কলেজত পুনৰ উৰিল আছুৰ পতাকা
আজি অনুষ্ঠিত হোৱা সোণাৰি কমাৰ্চ কলেজৰ ছাত্র একতা সভাৰ ২০২২-২৩ বৰ্ষৰ সাধাৰণ নিৰ্বাচনত আছুৰ বৃহৎ...
BJP प्रत्याशी Dara Singh Chauhan ने विधान परिषद उपचुनाव के लिए दाखिल किया Nomination | Aaj Tak News
BJP प्रत्याशी Dara Singh Chauhan ने विधान परिषद उपचुनाव के लिए दाखिल किया Nomination | Aaj Tak News
अनाज मंडी गेट पर जलभराव से आमजन परेशान
अनाज मंडी गेट पर हो रहे जल भराव से आमजन परेशान
नगरपालिका भी हुई नकारा साबित ...
Bajaj Auto के Buyback पर क्या है कंपनी के ED का कहना? निवेशकों इससे कितना होगा फायदा? | Anuj Singhal
Bajaj Auto के Buyback पर क्या है कंपनी के ED का कहना? निवेशकों इससे कितना होगा फायदा? | Anuj Singhal
आइसलैंड में ज्वालामुखी के नए युग की शुरुआत, तीसरी बार फटी धरती, पाताल से निकल रही आग; 200 फीट ऊंचा लावा का फव्वारा
दक्षिण-पश्चिमी आइसलैंड में दिसंबर के बाद से तीसरी बार गुरुवार को ज्वालामुखी फटा जिससे आकाश में...