মঙ্গলবাৰে গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানেৰে ৰংপুৰ জ্যোতি ক্লাবত এথেলেটিকছ প্ৰশিক্ষণ শিবিৰৰ সামৰণি কৰা হয়।শিৱসাগৰ ৰংপুৰ জ্যোতি ক্লাব,শিৱসাগৰ ক্ৰীড়াসন্থা,আফগানি স্পৰ্টচ আৰু অৰ্জুন ভোগেশ্বৰ বৰুৱা এথেলেটিকছ একাডেমী, শিৱসাগৰ জিলা ক্ৰীড়া বিষয়া আৰু ৰাইজৰ সহযোগত এমাহযোৰা প্ৰশিক্ষণৰ কাৰ্য্যসূচী এথেলেটিকছৰ।ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰশিক্ষকৰ দ্বাৰা এথেলেটিকছৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়।সামৰণি অনুষ্ঠান গাম্ভীৰ্যপূৰ্ণতাৰে সমাপন কৰাহয় শিৱসাগৰ জিলাপৰিষদৰ কাৰ্যবাহী বিষয়া অশ্বিনী দলে, অৰ্জুনভোগেশ্বৰ বৰুৱা কে আদিকৰি জিলাখনৰ বহুসংখ্যক ক্ৰীড়া প্ৰেমী লোক উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
भाई के नाते बहनों के हर सुख-दुख में भागीदार : बिरला
कोटा। लोकसभा अध्यक्ष ओम बिरला ने सोमवार को कोरोना पीड़ित परिवारों के साथ रक्षाबंधन का पर्व मनाया।...
અમરેલી ખાતે કોંગ્રેસ દ્વારા જિલ્લા કક્ષાએ બોલો સરકાર કાર્યક્રમ યોજાયો
અમરેલી ખાતે કોંગ્રેસ દ્વારા જિલ્લા કક્ષાએ બોલો સરકાર કાર્યક્રમ યોજાયો
70W फास्ट चार्जिंग और 5,000mAh की बैटरी वाली Tecno की ये नई सीरीज जल्द होगी लॉन्च, मिलेंगी कई खूबियां
Tecno अपनी नई सीरीज Camon 30 को जल्द ही भारत में पेश किया जा सकता है। कंपनी ने अपने सोशल मीडिया...