চীনৰ ২০ খনৰো অধিক যুঁজাৰু বিমান প্ৰৱেশ টাইৱানৰ আকাশী সীমাত! মঙলবাৰে মাৰ্কিন হাউছ স্পিকাৰ নেন্সী পেলোচীয়ে টাইপেইত অৱতৰণৰ পিছতে এই সামৰিক বিমানসমূহ প্ৰৱেশ কৰিছে বুলি টাইৱানে জনাইছে। চীনৰ বাৰম্বাৰ কঠোৰ সতৰ্কতা আৰু ভাবুকিক অগ্ৰাহ্য কৰি মাৰ্কিন মুলুকৰ এই পদক্ষেপ, যাৰ ফলত বিশ্বৰ দুই অন্যতম শক্তিশালী দেশৰ মাজত বৃদ্ধি পাইছে উত্তেজনা।ৰাষ্ট্ৰপতিৰ ঠিক পিছৰ পদমৰ্যাদাত আছে নেন্সী পেলোচী। বিগত ২৫ বছৰত টাইৱান ভ্ৰমণলৈ অহা নিৰ্বাচিত মাৰ্কিন বিষয়া নেন্সী। বেইজিঙে স্পষ্ট কৰি জনাইছে, নেন্সীৰ উপস্থিতিক ‘উচটনি’ হিচাপে লৈছে চীনে। ৮২ বছৰীয়া এইগৰাকী বিষয়াই এখন মাৰ্কিন সামৰিক বিমানযোগে উপস্থিত হয় টাইৱানত। সোংশান বিমানবন্দৰত বৈদেশিক মন্ত্ৰী জোছেফ উৱে তেওঁক উষ্ম আদৰণি জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
डार्क सर्कल का ईलाज | आखो के काले घेरे के कारण | Dark Circle Treatment | home remedy| dermatologist
डार्क सर्कल का ईलाज | आखो के काले घेरे के कारण | Dark Circle Treatment | home remedy| dermatologist
Lok Sabha Election 2024: Akhilesh Yadav ने Dimple Yadav और पूरे परिवार संग Saifai में डाला वोट
Lok Sabha Election 2024: Akhilesh Yadav ने Dimple Yadav और पूरे परिवार संग Saifai में डाला वोट
মঙ্গলদৈ ক্ৰীড়া সন্থাৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন: নতুন সমিতি গঠন
ৰাজ্যৰ ক্ৰীড়া সংগঠকৰ অন্যতম সংগঠন মঙ্গলদৈ ক্ৰীড়া সন্থাৰ বাৰ্ষিক সাধাৰণ সভা সন্থাৰ প্ৰেক্ষাগৃহত...
સાવરકુંડલા શહેરમાં ક્રિકેટ મેચ ઉપર સટ્ટાનો જુગાર રમી રમાડતા સાવર કુંડલાના પુનિત સૂચકને ઝડપી પાડતી LCB અમરેલી.
સાવરકુંડલા ટાઉનમાં આઇ.પી.એલ.ની ક્રિકેટ મેચ ઉપર સટ્ટાનો જુગાર રમી રમાડતા એક ઇસમને કુલ...