অহা ৮ নৱেম্বৰত অনুষ্ঠিত হব লগা দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে শাসকীয় বিজেপি দলে দলীয় প্ৰাৰ্থী ঘোষণাৰ পিছতে ৯ নং মাজুলী সমষ্টিত দলটোৰ ভিতৰ চৰাত সৃষ্টি হৈছে উত্তপ্ত পৰিৱেশ। বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য তথা ৯নং মাজুলী সমষ্টিৰ সাধাৰণ সদস্য মাধৱ দেউৰী প্ৰাৰ্থীত্ব লাভৰ বঞ্চিত হোৱাৰ পিছত তেওঁৰ ঘৰৰ চৌহদত প্ৰতিবাদৰ ঢৌ উথাপিত হৈছে। একেদৰে বিজেপিৰ প্ৰবীণ নেতা আনন্দ দেউৰীয়ে দলীয় প্ৰাৰ্থীত্ব নাপাই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
राष्ट्रपति के लिए इतना ही सम्मान है तो उनके खिलाफ प्रत्याशी क्यों खड़ा किया... कुमारस्वामी का कांग्रेस पर तंज
बेंगलुरु, कर्नाटक के पूर्व मुख्यमंत्री और जनता दल (सेक्युलर) के नेता एचडी कुमारस्वामी ने...
মৰাণত হোষ্টেলৰ ভিতৰতে আক্ৰমণ কৰিলে ছাত্ৰক, গুৰুতৰভাৱে আহত ছাত্ৰৰ এজাহাৰ দাখিল
মৰাণত হোষ্টেলৰ ভিতৰতে আক্ৰমণ কৰিলে ছাত্ৰক, গুৰুতৰভাৱে আহত ছাত্ৰৰ এজাহাৰ দাখিল
My good fortune I sent Rahul Gandhi away to Wayanad from UP: Smriti Irani
Union minister Smriti Irani said Wayanad will become Amethi if Rahul Gandhi ‘remains’...
दो माह पहले गुम हुआ मोबाइल मिला
कोटा. कनवास क्षेत्र के दरा निवासी युवक का पुलिस कांस्टेबल सुमेर सिंह के प्रयास से 2 महीने पहले...