অহা ৮ নৱেম্বৰত অনুষ্ঠিত হব লগা দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে শাসকীয় বিজেপি দলে দলীয় প্ৰাৰ্থী ঘোষণাৰ পিছতে ৯ নং মাজুলী সমষ্টিত দলটোৰ ভিতৰ চৰাত সৃষ্টি হৈছে উত্তপ্ত পৰিৱেশ। বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য তথা ৯নং মাজুলী সমষ্টিৰ সাধাৰণ সদস্য মাধৱ দেউৰী প্ৰাৰ্থীত্ব লাভৰ বঞ্চিত হোৱাৰ পিছত তেওঁৰ ঘৰৰ চৌহদত প্ৰতিবাদৰ ঢৌ উথাপিত হৈছে। একেদৰে বিজেপিৰ প্ৰবীণ নেতা আনন্দ দেউৰীয়ে দলীয় প্ৰাৰ্থীত্ব নাপাই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
विरोधी पक्ष नेते आंबदास दानवे यांनी घेतला कर्णपुरा नवरात्र उत्सव यात्रा पूर्व तयारी आढावा
विरोधी पक्ष नेते आंबदास दानवे यांनी घेतला कर्णपुरा नवरात्र उत्सव यात्रा पूर्व तयारी आढावा
जसवंतपुरा से तिघरा जा रही महिला सड़क दुर्घटना में हुई घायल अमानगंज सामुदायिक स्वास्थ्य केंद्र में प्राथमिक उपचार देकर जिला चिकित्सालय किया गया रेफर हालत नाजुक
पन्ना जिले के अमानगंज थाना क्षेत्र अंतर्गत आने वाले जसवंतपुरा...
৩০ সংখ্যক নেপালী ভাষা মান্যতা দিৱস উপলক্ষ্যত আগছুৰ মৰান আঞ্চলিক সমিতিৰ সভাপতিৰ প্ৰতিক্ৰিয়া
৩০ সংখ্যক নেপালী ভাষা মান্যতা দিৱস উপলক্ষ্যত আগছুৰ মৰান আঞ্চলিক সমিতিৰ সভাপতিৰ প্ৰতিক্ৰিয়া