দুখীয়া দৰিদ্ৰ ৰাইজক সহায় কৰাৰ উদ্দেশ্যৰে জামুগুৰিহাটত জন্ম হল "সকাহ" নামৰ এটি ট্ৰাষ্ট। নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ পঞ্চায়ত প্ৰতিনিধি আৰু নদুৱাৰ উন্নয়ন খণ্ডৰ চৰকাৰী কৰ্মচাৰী সকলৰ সমূহীয়া প্ৰচেষ্টাত জন্ম লাভ কৰে "সকাহে"। এই উদ্দেশ্যৰে জামুগুৰিহাটৰ নদুৱাৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়। চতিয়া খণ্ড উন্নয়ন বিষয়া পলক কুমাৰ শৰ্মাৰ অধক্ষ্যতাত অনুষ্ঠিত সভাখনিত নদুৱাৰ উন্নয়ন খণ্ডৰ অধীনৰ পঞ্চায়ত প্ৰতিনিধি,চৰকাৰী কৰ্মচাৰী সকলৰ পৰা সংগৃহীত পূজিৰে সকাহ নামৰ এই ট্ৰাষ্ট টি গঠন কৰা হয়। এই ট্ৰাষ্ট ৰ জৰিয়তে নদুৱাৰ উন্নয়ন খণ্ডৰ এলেকাৰ দুখীয়া-দূৰ্গত লোকসকলক আৰ্থিক সাহাৰ্য প্ৰদান কৰা হব বুলি জানিব দিয়ে চতিয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া পলক কুমাৰ শৰ্মা আৰু নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি আজিত পায়েঙে।সহজতে চৰকাৰী আচনিয়ে ঢুকি নোপোৱা তথা তাৎক্ষণিকভাবে বানপানী,দূৰ্ঘটনাত পতিত লোকসকলক আৰ্থিক সাহাৰ্য এই ট্ৰাষ্টৰ জৰিয়তে প্ৰদান কৰা হব বুলি জানিব দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Delhi Air Pollution: दिल्ली की हवाओं में घुलने लगा 'जहर', कई इलाकों में AQI 300 के पार | Aaj Tak
Delhi Air Pollution: दिल्ली की हवाओं में घुलने लगा 'जहर', कई इलाकों में AQI 300 के पार | Aaj Tak
ધાનેરા ની સિલાસણા સરકારી હાઈસ્કૂલ માં નવરાત્રી નું આયોજન કરાયું
ધાનેરા ની સિલાસણા સરકારી હાઈસ્કૂલ માં નવરાત્રી નું આયોજન કરાયું
সমগ্ৰ বিশ্ব মাজুলীৰ দৰে হব লাগে : মাজুলীৰ চিৰসেউজ পৰিৱেশত আপোনপাহৰা কলিকতাৰ পৰ্যতক
ঈশ্বৰ সৃষ্ট মাজুলীৰ বিশুদ্ধ বিয়ু , প্ৰকৃতিৰ মনোমোহা ৰূপত আপ্লুত কলিকতাৰ পৰ্যতক ৷ পৰ্যতক গৰাকী...
હાલોલ શહેરની સરદાર સોસાયટી ખાતે આવેલા કુવામાં કોઈક કારણોસર દંપતી ખાબકી મોતને ભેટતા મચી ચકચાર,ટાઉન પોલીસે તપાસ હાથ ધરી.
હાલોલ શહેરની યુવરાજ હોટલ તરફ જવાની ગલીમાં બેંક ઓફ બરોડાની સામે આવેલી સરદાર નગર સોસાયટી ખાતે...
হায় লোকনিৰ্মান বিভাগ,পানীমেটেকাৰে মাৰিলে পকীপথৰ গাত
এইবাৰ পানীমেটেকাৰে এটি পকীপথৰ গাত মাৰি অসম চৰকাৰৰ বিয়াগোম লোক নিৰ্মাণ বিভাগে ৰাইজৰ দৃষ্টিত...