এইবাৰ পানীমেটেকাৰে এটি পকীপথৰ গাত মাৰি অসম চৰকাৰৰ বিয়াগোম লোক নিৰ্মাণ বিভাগে ৰাইজৰ দৃষ্টিত হাস্যকৰ কাণ্ড কৰিছ৷উল্লেখ্য যে সানেকুছিৰ পৰা বৰগাছা সংযোগী পথটোৰ নিৰ্মান কাৰ্য্য সম্পূৰ্ণ হবলৈ এটা বছৰ সম্পূৰ্ণ হোৱাই নাই এনেকুৱা সময়তে পথটোৰ মাজতে হোৱা এটি প্ৰকাণ্ড গাটে পথ নিৰ্মানৰ ক্ষেত্ৰত হোৱা অনিয়ম স্পষ্ট হৈ পৰিছে৷মনকৰিবলগীয়া যে বিগত ২০২০ চনত বৰক্ষেত্ৰী সমষ্টিৰ সেইসময়ৰ বিধায়ক নাৰায়ণ ডেকাই বৰগাছাত পথটো নিৰ্মাণৰ শুভাৰম্ভ কৰিছিল৷আনহাতে পথটো নিৰ্মাণৰ দায়িত্ব এজন ৰাজনৈতিক আশিষপুষ্ট ঠিকাদাৰক দিয়াৰ বাবে নিৰ্মাণৰ পাৰম্ভিক পৰ্য্যায়ৰ পৰা পথটিত নীতি বহিৰ্ভুত ভাবে কাম কৰাৰ ফলত এনেকুৱা গাতৰ সৃষ্টি হোৱা বুলি ৰাইজে মত পোষণ কৰিছে৷মনকৰিবলগীয়া কথা যে পথটোৰ মাজতে হোৱা প্ৰকাণ্ড গাতটোত কোনো পথচাৰী দুৰ্ঘটনাত পতিত হব পাৰে বুলি লোকনিৰ্মান বিভাগৰ কোনো কৰ্মচাৰী নতুবা সচেতন নাগৰিকে পানীমেটেকাৰে পথচাৰীক সংকেত দিয়া দেখা গৈছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Row Over Shivling Fountains In Delhi: BRS Hits Out At BJP, Says Sacred Shivling Used For Amusement
Row Over Shivling Fountains In Delhi: BRS Hits Out At BJP, Says Sacred Shivling Used For Amusement
এপ্ৰিলত তিনিদিন বন্ধ থাকিব কাজিৰঙা
কাজিৰঙা: অহা এপ্ৰিলত তিনিদিন কৈ বন্ধ থাকিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
•গজ উৎসৱ...
पीएम आवास पहुंचे राजस्थान के सीएम भजनलाल शर्मा, प्रधानमंत्री नरेंद्र मोदी से करेंगे मुलाकात
प्रधानमंत्री नरेंद्र मोदी (Narendra Modi) से मुलाकात करने के लिए राजस्थान के मुख्यमंत्री भजनलाल...
हाथ उठाकर प्रदर्शनकारियों ने अमेरिकी विदेश मंत्री Antony Blinken को क्यों घेरा? Israel-Hamas War
हाथ उठाकर प्रदर्शनकारियों ने अमेरिकी विदेश मंत्री Antony Blinken को क्यों घेरा? Israel-Hamas...