গুৱহাটী মহানগৰীত পুনৰ অচিনাক্ত মৃতদেহ উদ্ধাৰ। বামুনিমৈদাম ভাস্কৰ নগৰত উদ্ধাৰ হৈছে এগৰাকী কিশোৰীৰ মৃতদেহ। বস্তাত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো। ঘটনাস্থলিত উপস্হিত চান্দমাৰী আৰক্ষী। কোনো লোকে হত্যা কৰি পেলাই থৈই যোৱাৰ সন্দেহ আৰক্ষীৰ। বৰ্তমানেওঁ পৰিচয় উদ্ধাৰ হোৱা নাই মৃতদেহটোৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
MCN NEWS: "कमिशनचे खोके, संचालक ओके" अशा घोषणांनी गाजली पैठण शिक्षक संघाची सभा
MCN NEWS: "कमिशनचे खोके, संचालक ओके" अशा घोषणांनी गाजली पैठण शिक्षक संघाची सभा
લિગંડ થી એરથાણ જતા રોડ ના કામ નુ ખાતમુહૂર્ત
લિગંડ થી એરથાણ જતા રોડ ના કામ નુ ખાતમુહૂર્ત
બારડોલી વિધાનસભા મતવિસ્તાર ના પલસાણા તાલુકા ના વડદલા...
સુરતમાં શ્વાનોએ લીધો માસૂમનો જીવ | SatyaNirbhay News Channel
સુરતમાં શ્વાનોએ લીધો માસૂમનો જીવ | SatyaNirbhay News Channel
স্বচ্ছ নিযুক্তিয়ে ৰাজ্যৰ প্ৰশাসনক শক্তিশালী কৰিবঃ মন্ত্ৰী যোগেন মহন
স্বচ্ছ নিযুক্তিয়ে ৰাজ্যৰ প্ৰশাসনক শক্তিশালী কৰিবঃ মন্ত্ৰী যোগেন মহন