দেওমৰনৈৰ বাঘৰবাৰীত "গীত-মাত-কথাৰে এসন্ধ্যা" । দেওমৰনৈ সংগীত মহাবিদ্যালয়ৰ শিক্ষক, বিশিষ্ট তবলা বাদক তপন চলিহাৰ একক প্ৰচেষ্টাত অনুষ্ঠিত হয় উক্ত সাংস্কৃতিক অনুষ্ঠানটি । মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা চাৰুপ্ৰভা চলিহাই আঁতধৰা অনুষ্ঠানখন উদ্বোধন কৰে সাংবাদিক নৱজিৎ শৰ্মাই। আৰোহণ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ অমৰ শৰ্মাই পৰিচালনা কৰা অনুষ্ঠানত বিশিষ্ট কন্ঠ শিল্পী অপূৰ্ব ভৰদ্বাজ,দ্বীজেন কুমাৰ, কন্দৰ্প বৰুৱা,ফুলেশ্বৰ নাথ, প্ৰসন্ন ডেকা,মুকুট মৰম,কংকী বৰুৱা প্ৰমুখ্যে একুৰিৰো অধিক শিল্পীয়ে গীত পৰিৱেশন কৰি নিয়ৰ সিক্ত নিশাটি জিপাল কৰি তোলে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
পথ নিৰ্মাণৰ বাবে গোৰেশ্বৰত শতাধিক পুৰুষ মহিলাই ওলাই আহিল ৰাজপথলৈ
পথ নিৰ্মাণৰ বাবে গোৰেশ্বৰত শতাধিক পুৰুষ মহিলাই ওলাই আহিল ৰাজপথলৈ
OnePlus Nord CE4: 5,500mAh बैटरी और Snapdragon 7 Gen 3 के साथ लॉन्च हुआ वनप्लस का नया फोन, चेक करें ऑफर्स
OnePlus ने भारत में सीई सीरीज के तहत एक और नया स्मार्टफोन लॉन्च किया है। OnePlus Nord CE4 के नाम...
ચોમાસુ 2024... રાજ્યના 148 તાલુકાઓમાં નોંધપાત્ર વરસાદ
રાજ્યમાં ચોમાસાની શરૂઆત : રાજ્યના ૧૪૮ તાલુકાઓમાં નોંધપાત્ર વરસાદ
સુરત જિલ્લાના...
শিৱসাগৰ কৃষিভৱনত জিলাকৃষি বিভাগৰ উদ্যোগত আৱতৰীয়া পাচলি খেতিপ্ৰশিক্ষণত মুখ্য প্ৰশিক্ষক হিচাবে উপস্থিত অসম গৌৰৱ ৰাহুল গুপ্তা।
শণিবাৰে শিৱসাগৰৰ কৃষিভৱনত জিলা কৃষি বিভাগৰ উদ্যোগত আৱতৰীয়া পাচলি খেতিৰ প্ৰশিক্ষণ কাৰ্য্যসূচী...
महाराष्ट्र में सिंगल फेज में 20 नवंबर को चुनाव:झारखंड में दो फेज में 13 और 20 नवंबर को वोटिंग; नतीजे 23 नवंबर को
महाराष्ट्र और झारखंड विधानसभा चुनाव का ऐलान मंगलवार को कर दिया गया। महाराष्ट्र में सिंगल फेज में...