সিংহপুৰুষ ৰাধাগোৱিন্দ বৰুৱাৰ সোঁৱৰণত মাহমৰাৰ টিফুক খেলপথাৰত আজি ক্ৰীড়া দিৱস উদ্যাপন কৰা হয় ।ভাৰতীয় জনতা পাৰ্টিৰ মাহমৰা গ্ৰাম্য মণ্ডলৰ উদ্যোগত আৰু দবা গাওঁ পঞ্চায়তৰ দলীয় কৰ্মকৰ্তা সকলৰ সহযোগত টিফুক।ৰাজহুৱা খেল পথাৰত সিংহপুৰুষ ৰাধাগোৱিন্দ বৰুৱা সোঁৱৰণী।ক্ৰীড়া দিৱস উদ্যাপন কৰাহয়। পতাকা।উত্তোলন আৰুসিংহ পুৰুষ ৰাধাগোৱিন্দ বৰুৱাৰ প্ৰতিচ্ছৱিত বন্তি প্ৰজ্বলনৰে খেলৰ শুভাৰম্ভ কৰাহয়। বিয়লিৰ অনুষ্ঠানত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীযোগেন মহন, বিজেপিৰ চৰাইদেউ জিলাৰ উপসভাপতি ৰজ কমল মহন , মাহমৰা গ্ৰাম্য মণ্ডলৰ সাধাৰন সম্পাদক দিগন্ত আৰন্ধৰা আদি বহুসংখ্যক।দলীয় বিষয় ববীয়া উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
PORBANDAR પોરબંદરની સરકારી કચેરીઓમાં શોકસભાઓ યોજાઈ 02 11 2022
PORBANDAR પોરબંદરની સરકારી કચેરીઓમાં શોકસભાઓ યોજાઈ 02 11 2022
પાટણનાં નવા બસ સ્ટેન્ડમાં વિદ્યાર્થિનીઓ સામે બિભત્સ વર્તન કરતા રોમિયોને પોલીસે ઝડપી લીધો.
નવા બસ સ્ટેન્ડનાં બહારનાં ભાગે એક રોમિયો આવતી જતી છાત્રાઓને આંખો વડે બિભત્સ ચેનચાળા કરીને હેરાન...
लम्पीसाठी साखर कारखान्यांनी समन्वय अधिकारी नेमावा- दिलीप स्वामी यांच्या सूचना
सोलापूर :- जिल्ह्यात लंम्पी आजाराची जनावरे वाढत आहेत. पशुपालकांनी गायवर्गीय जनावरांची...