সিংহপুৰুষ ৰাধাগোৱিন্দ বৰুৱাৰ সোঁৱৰণত মাহমৰাৰ টিফুক খেলপথাৰত আজি ক্ৰীড়া দিৱস উদ্যাপন কৰা হয় ।ভাৰতীয় জনতা পাৰ্টিৰ মাহমৰা গ্ৰাম্য মণ্ডলৰ উদ্যোগত আৰু দবা গাওঁ পঞ্চায়তৰ দলীয় কৰ্মকৰ্তা সকলৰ সহযোগত টিফুক।ৰাজহুৱা খেল পথাৰত সিংহপুৰুষ ৰাধাগোৱিন্দ বৰুৱা সোঁৱৰণী।ক্ৰীড়া দিৱস উদ্যাপন কৰাহয়। পতাকা।উত্তোলন আৰুসিংহ পুৰুষ ৰাধাগোৱিন্দ বৰুৱাৰ প্ৰতিচ্ছৱিত বন্তি প্ৰজ্বলনৰে খেলৰ শুভাৰম্ভ কৰাহয়। বিয়লিৰ অনুষ্ঠানত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীযোগেন মহন, বিজেপিৰ চৰাইদেউ জিলাৰ উপসভাপতি ৰজ কমল মহন , মাহমৰা গ্ৰাম্য মণ্ডলৰ সাধাৰন সম্পাদক দিগন্ত আৰন্ধৰা আদি বহুসংখ্যক।দলীয় বিষয় ববীয়া উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ऑस्ट्रेलिया को मिला नया मैच विनर, टीम इंडिया के लिए हो सकता है खतरनाक
ICC World Cup 2023 : आईसीसी विश्व कप 2023 का आगाज होने में अब कुछ ही घंटे बचे हैं। इस बीच...
ક્ષત્રિય કોળી પટેલ સમાજનો પ્રથમ સમૂહલગ્ન યોજાયો : કેબીનેટ મંત્રી કુંવરજી બાવળીયાએ નવયુગલોને આર્શીવાદ આપ્યા.
ખંભાત તાલુકાના દહેડા વડગામ રોડ પાસે જનકલ્યાણ ચેરીટેબલ ટ્રસ્ટ દ્વારા ક્ષત્રિય કોળી પટેલ સમાજનો...
Tata Motors की नई कारों में मिलेगा बिल्ट-इन Alexa, वॉइस कमांड से एक्सेस कर पाएंगे काम के फीचर्स
Amazon ने आज घोषणा करते हुए कहा है कि उसने Alexa को Tata Motors के नई कारों में पेश करने के लिए...
સુરત : પ્રતિબંધિત ઈ-સિગારેટ ઝડપાઇ | SatyaNirbhay News Channel
સુરત : પ્રતિબંધિત ઈ-સિગારેટ ઝડપાઇ | SatyaNirbhay News Channel
স্নিদ্ধা শিখা দাসক মৃত্যুৰ মুখত ঠেলি দিয়া কাৰ্য্যৰ তদন্ত আৰু বিহিত ব্যবস্থা গ্ৰহন কৰিবলৈ চৰকাৰক অনুৰোধ পিতৃৰ
# স্নিদ্ধা শিখা দাসক মৃত্যুৰ মুখত ঠেলি দিয়া কাৰ্য্যৰ তদন্ত আৰু বিহিত ব্যবস্থা গ্ৰহন কৰিবলৈ চৰকাৰক...