মঙলবাৰে নতুন দিল্লীত তৃতীয়জন লোকৰ দেহত বান্দৰ পক্সৰ সংক্ৰমণ ধৰা পৰে বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। দিল্লীৰ লোকনায়ক হাস্পতালত ভৰ্তি কৰোৱা হৈছে এগৰাকী ৩১ বছৰীয়া নাইজেৰিয়ান নাগৰিকক। তেওঁৰ দেহত উদ্ধাৰ হৈছে মাঙ্কিপক্স ভাইৰাছ। আটাইতকৈ আতংকজনক কথাটো হ’ল নাইজেৰিয়াৰ যুৱকজনৰ শেহতীয়া বিদেশ ভ্ৰমণৰ ইতিহাস নাই।কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মানসুখ মাণ্ডব্যই ৰাজ্যসভাত কয় যে ভাৰতত মুঠ ৮ জন লোকৰ দেহত মাঙ্কিপক্স সংক্ৰমণ ধৰা পৰিছে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰোগ নিৰ্ণয় আৰু ভেকচিন প্ৰস্তুতৰ ওপৰত নজৰ ৰাখিবলৈ এটা ৰাষ্ট্ৰীয় টাস্ক ফ’ৰ্চ গঠন কৰা হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
দিল্লীৰ জন্তৰমন্তৰত Ho ভাষা আৰু ST ৰ ধৰ্ণাত অংশ গ্ৰহণ কৰি উভতি অহা Ho সমাজৰ বিষয়ববীয়ক সাকোমঠাত আদৰনি
All India Ho Language Action Commettee ৰ উদ্যোগত যোৱা ০৮/০৮/২০২২ তাৰিখ সোমবাৰৰ দিনা "দিল্লীত...
रेपुरा में अठजह हजार रिश्वत लेते सदर पटवारी को
लोकायुक्त ने किया ट्रैप ।
पन्ना।
रैपुरा मे अठारह हजार की रिश्वत लेते सदर पटवारी को लोकायुक्त ने किया ट्रैप।
2.तीन...
જૂઓ અનિરૂધ્ધસિંહ શું બોલ્યા ! Gondal માં જયરાજસિંહ જૂથને ટિકીટ મળે તો ? | Gujarat Politics 2022
જૂઓ અનિરૂધ્ધસિંહ શું બોલ્યા ! Gondal માં જયરાજસિંહ જૂથને ટિકીટ મળે તો ? | Gujarat politics 2022
સોજીત્રા ધારાસભ્યએ ખરીદેલ જમીન પર બે ભાઇઓએ કબજો જમાવતા, પોલીસ મથકે ગુનો દાખલ
સોજીત્રા ધારાસભ્યએ ખરીદેલ જમીન પર બે ભાઇઓએ કબજો જમાવતા, પોલીસ મથકે ગુનો દાખલ
સર્વર મેન્ટેનન્સની કામગીરીના કારણે વલસાડ સહિત રાજ્યની આરટીઓના લાઇસન્સના કામો ખોરંભે
હાલમાં આરટીઓના સારથી સોફ્ટવેરમાં મેન્ટેનન્સ ની કામગીરી હોવાથી સોફ્ટવેરમાં એરર આવી રહી હોવાથી...