মঙলবাৰে নতুন দিল্লীত তৃতীয়জন লোকৰ দেহত বান্দৰ পক্সৰ সংক্ৰমণ ধৰা পৰে বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। দিল্লীৰ লোকনায়ক হাস্পতালত ভৰ্তি কৰোৱা হৈছে এগৰাকী ৩১ বছৰীয়া নাইজেৰিয়ান নাগৰিকক। তেওঁৰ দেহত উদ্ধাৰ হৈছে মাঙ্কিপক্স ভাইৰাছ। আটাইতকৈ আতংকজনক কথাটো হ’ল নাইজেৰিয়াৰ যুৱকজনৰ শেহতীয়া বিদেশ ভ্ৰমণৰ ইতিহাস নাই।কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মানসুখ মাণ্ডব্যই ৰাজ্যসভাত কয় যে ভাৰতত মুঠ ৮ জন লোকৰ দেহত মাঙ্কিপক্স সংক্ৰমণ ধৰা পৰিছে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰোগ নিৰ্ণয় আৰু ভেকচিন প্ৰস্তুতৰ ওপৰত নজৰ ৰাখিবলৈ এটা ৰাষ্ট্ৰীয় টাস্ক ফ’ৰ্চ গঠন কৰা হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
છેલ્લા બાર વર્ષથી ખૂન / ખૂનની કોશિશ / રાયોટીંગ અને આર્મ્સ એક્ટ ના ગુનામાં નાસ્તા ફરતા આરોપીને ઝડપી પાડતી કવાંટ પોલીસ
છેલ્લા બાર વર્ષથી ખૂન / ખૂનની કોશિશ / રાયોટીંગ અને આર્મ્સ એક્ટ ના ગુનામાં નાસ્તા ફરતા આરોપીને...
કામરેજ ખાતે ૪૦૦થી ઉમેદવારોને રોજગાર નિમણૂંક પત્રો અને એપ્રેન્ટિસશિપ કરારપત્રો એનાયત
કામરેજ ખાતે ૪૦૦થી ઉમેદવારોને રોજગાર નિમણૂંક પત્રો અને એપ્રેન્ટિસશિપ કરારપત્રો એનાયત કરવામાં...
भारत ने हासिल किया Super Weapon System Pinaka, दुश्मनों के लिए काल बनकर टूटेगी ये गाइडेड मिसाइल
रक्षा अनुसंधान एवं विकास संगठन (डीआरडीओ) ने प्रोविजनल स्टाफ क्वालिटेटिव रिक्वायरमेंट्स...
AAJTAK 2 । VIRGO HOROSCOPE । ZODIAC TODAY | कन्या राशि । आज का राशिफल | AAJ KA RASHIFAL| 04 OCT 2023
AAJTAK 2 । VIRGO HOROSCOPE । ZODIAC TODAY | कन्या राशि । आज का राशिफल | AAJ KA RASHIFAL| 04 OCT 2023