নাৰাযণপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত ৰঙতিত বিদ্যুৎপৃষ্ঠ হৈ মৃত্যুক সাৱতিলে এগৰাকী নামঘৰীয়া ৷ মৃত লোকজন শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ জৰিগুৰি প্ৰাথমিক শাখা নামঘৰৰ নামঘৰীয়া ৰমাকান্ত গগৈ (৬০) বুলি জানিব পৰা গৈছে ৷ নামঘৰীয়া ৰমাকান্ত গগৈয়ে কাতি বিহু বুলি উপলক্ষ্যে নামঘৰ মুচিবৰ বাবে মাটি কাটি থকা অৱস্থাত সমীপৰ ১১ হাজাৰ ভল্টেজৰ বিদ্যুতৰ আৰ্থিংত লাগি থিতাতে মৃত্যুমুখত পৰে ৷ বিদ্যুৎ বিভাগৰ চূড়ান্ত গাফিলতিৰ বাবে বিদ্যুতপৃষ্ঠ হৈ নামঘৰীয়াজনৰ মৃত্যু হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ অভিযোগ তুলিছে ৷ ইফালে সৰবৰহী নামঘৰীয়া তথা বৈষ্ণৱগৰাকীৰ অকাল মৃত্যু ৰঙতিবাসী শোকস্তব্ধ হৈ পৰিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
नवीन नाट्यगृहासाठी 11 कोटी हवेत
नवीन आयुक्तांकडून पाहणी : लोकप्रतिनिधींचे आश्वासन
परभणी,दि.07(प्रतिनिधी) : स्टेशन रस्त्यावरील बचत भवनाजवळील नवीन नाट्यगृहाच्या पूर्णत्वाकरीता आणखीन...
અમદાવાદ: પોલીસ દ્વારા TERA TUJKO ARPAN & CYBER SATHI CHATBOT કાર્યક્રમનું આયોજન
અમદાવાદ: પોલીસ દ્વારા TERA TUJKO ARPAN & CYBER SATHI CHATBOT કાર્યક્રમનું આયોજન
खोके घ्या आणि आमच्यात या शिंदे गटाचा धंदा...!
खोके घ्या आणि आमच्यात या शिंदे गटाचा धंदा...!
Bihar BPSC Protest: BPSC आंदोलन में विरोध के बाद सामने आई Prashant Kishore की सफाई | Aaj Tak
Bihar BPSC Protest: BPSC आंदोलन में विरोध के बाद सामने आई Prashant Kishore की सफाई | Aaj Tak