চৰাইদেউ জিলাৰ আবকাৰী বিভাগে অবৈধ সুৰাৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে। আজি পুৱাৰ ভাগত জিলাখনৰ সোণাৰি আবকাৰী চক্ৰৰ পৰিদৰ্শকৰ নেতৃত্বত আবকাৰী অভিযানকাৰী দলে নামতোলা আৰক্ষীৰ সহযোগত জিলাখনৰ আচনিবিল আৰু দাঁতিকাষৰীয়া অঞ্চলত এক অভিযান চলায়।অভিযান কালত দলটোৱে কেইবাটাও স্থানত অসাধু চুলাই মদৰ ব্যৱসায়ীয়ে পাতি লোৱা চুলাইৰ ভাতী উচ্ছেদ কৰাৰ লগতে প্ৰায় ২০০০ লিটাৰ চুলাই মদ তৈয়াৰৰ বাবে ৰখা পাছ, ২টা সুৰা তৈয়াৰত ব্যৱহৃত যন্ত্ৰ জব্দ কৰাৰ লগতে প্ৰায় ২০ লিটাৰ বিক্ৰীৰ বাবে ৰখা চুলাই জব্দ কৰি নষ্ট কৰে। অভিযানকাৰী দল যোৱাৰ উমান পাই অবৈধ সুৰাৰ ব্যৱসায়ীসকল পলাই সাৰে। এই সন্দৰ্ভত অবৈধ সুৰাৰ ব্যৱসায়ীসকলৰ বিৰুদ্ধে মুঠ ২ টা গোচৰ ৰুজু কৰা হয় বুলি জানিব পৰা গৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ગૃહમંત્રી અમિત શાહ એ નડિયાદ જાહેર સભા યોજી
દેશ ના ગૃહ મંત્રી અને સહકાર મંત્રી અમિત શાહ દ્વારા નડિયાદ ખાતે જાહેરસભા યોજવામાં આવી જેમાં મોટી...
आखिर किस के संरक्षण में चल रहा खरीदी का कला कारोबार पटना तमोली खरीदी में भारी उन्मिताऐ जिम्मेदार बेखबर
गुनौर :- इन दिनों खरीदी केदो पर, गेहूं,सरसों,मसूर एवं चना की खरीदी जोरों पर चल रही है जिसमे पटना...
যোৰহাটত ৩ জুন তাৰিখে প্ৰদৰ্শন হব নৃসিংহ মুৰাৰী ভাওনা ।
সদৌ অসম ভাওনা প্ৰতিযোগিতাত শ্ৰেষ্ঠ শিল্পীৰ দ্বাৰা অভিনীত হব লগা ভাওনা ভাগীত অভিনয় কৰিব অসমৰ চলচিত্ৰ জগতৰ সুদক্ষ অভিনেতা অতুল পাঁচনীয়ে
অহা ইংৰাজী ৩ জুন তাৰিখে যোৰহাটৰ কাঠকটীয়া গাঁও বৰনামঘৰত প্ৰদৰ্শিত হব এভাগি মহাপুৰুষীয়া ভাওনা...
દેવગઢબારિયા તાલુકા પંથકમાં ધીમીધારે વરસાદી માહોલ જોવા મળી રહ્યો છે
દેવગઢબારિયા તાલુકા પંથકમાં ધીમીધારે વરસાદી માહોલ જોવા મળી રહ્યો છે
Breaking News: 'भारत के बॉयकॉट से हमारा टूरिज्म बेहाल', Maldives के पूर्व राष्ट्रपति ने मांगी माफी
Breaking News: 'भारत के बॉयकॉट से हमारा टूरिज्म बेहाल', Maldives के पूर्व राष्ट्रपति ने मांगी माफी