ৰঙিয়া আৰক্ষীৰ গোপন অভিযানত পুনৰ উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ । এক গোপন তথ্যৰ ভিত্তিত উদিয়ানাৰ সমীপত চলোৱা অভিযান কালত দুগৰাকী যুৱকৰ লগতে এগৰাকী মহিলাৰ হাতৰ পৰা উদ্ধাৰ কৰে ৫.৮৬ গ্ৰাম ড্ৰাগছ সহ ১৫ টাকৈ খালি কন্টেইনাৰ, মোবাইল ফ'ন আৰু নগদ ধন । ধৃত সৰবৰাহকাৰী কেইজন চফিকুল ইছলাম, জেহেৰুল হক আৰু ৰুচিয়া বেগম ।ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অৱ্যাহত ৰাখিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
शिक्षा मंत्री की गाड़ी उड़ाने वाले बयान पर अब पूर्व मंत्री ने दी सफाई
राजस्थान की हिंडोली विधानसभा सीट से कांग्रेस विधायक व पूर्व मंत्री अशोक चांदना का एक वीडियो...
દાણીલીમડા થી ૧/૦૮/૨૦૨૩ ના રોજ એક વ્યકિતીને, ચોરીના 2. બાઈક સાથે, પકડી પાડતી અમદાવાદ ક્રાઈમ બ્રાન્ચ
દાણીલીમડા થી ૧/૦૮/૨૦૨૩ ના રોજ એક વ્યકિતીને, ચોરીના 2. બાઈક સાથે, પકડી પાડતી અમદાવાદ ક્રાઈમ બ્રાન્ચ
આમ આદમી પાર્ટી વિશે વિરોધ પક્ષના નેતાએ શુ કહ્યું ?
આમ આદમી પાર્ટી વિશે વિરોધ પક્ષના નેતાએ શુ કહ્યું ?
ভক্তপ্ৰাণ ৰাইজৰ সৈতে ষঠ পূজাত অংশ ল'লে ৰাজহ মন্ত্ৰী যোগেন মহনে
ভক্তপ্ৰাণ ৰাইজৰ সৈতে ষঠ পূজাত অংশ ল'লে ৰাজহ মন্ত্ৰী যোগেন মহনে