সোৱণশিৰীৰ বুকুত বিলীন প্ৰাথমিক বিদ্যালয়।

সোৱণশিৰী নৈৰ ভয়াৱহ খহনীয়া ।পলকতে নদীৰ বুকুত বিলীন হল বিদ্যালয়।১৯৭৪চনতে স্থাপন কৰা বালিভেটা প্ৰাথমিক বিদ্যালয় সোৱণশিৰী গৰাখহনীয়া কৱলত পৰি নিশ্ছিন্ন হৈ পৰিল।

লখিমপুৰ প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত বিদ্যালয় খনৰ গৃহ নদীত জাহ যোৱাত চিন্তিত হৈ পৰিছে ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক তথা অভিভাৱক সকল।