অসম মীন নিগমৰ ২১৭ গৰাকী কৰ্মচাৰীক বৰ্খাস্ত, এই সন্দৰ্ভত মীন নিগমৰ অধ্যক্ষ গুৰজ্যোতি দাসৰ প্ৰতিক্ৰিয়া।এই ২১৭জন কৰ্মচাৰী কোনো বিজ্ঞাপন,সাক্ষ্যাতকাৰ নোলোৱাকৈ স্বজন তোষনেৰে মকৰল কৰা হৈছিল।