#পুৱা শিৱিৰটোৰ শুভ উদ্বোধন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই৷#শিৱিৰটোৰ জৰিয়তে বিনামুলীয়াকৈ চকু চিকিৎসা,ঔষধ,সুলভ মূল্যত চশমা আৰু কম খৰছত চকুৰ চানি পৰা অপাৰেচনৰ সুবিধা প্ৰদান কৰা হয়।
জামুগুৰি পৌৰসভা আৰু তেজপুৰ ERCৰ উদ্যোগ জামুগুৰিহাটৰ বাপুজী ভৱনত প্ৰাথমিক চকু চিকিৎসা শিৱিৰ সম্পন্ন


