দিপীলাৰ ঐতিহাসিক খটৰা সত্ৰত “সাম্প্ৰতিক পৰিস্থিতিত অন্যান্য পিচপৰা শ্ৰেণীৰ বৰ্ত্তমান আৰু ভৱিষ্যত” সন্দৰ্ভত প্ৰতিনিধিত্বমূলক সভা এখন অনুষ্ঠিত হয় ৷ অন্যান্য পিচপৰা শ্ৰেণীৰ দৰং, ওদালগুৰি,বাস্কা, ধুবুৰী , কামৰূপ গ্ৰাম্য আদি কেইবাখনো জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা সভাখন সঞ্চালনা কৰে যতীন চৌধুৰীয়ে ৷ আদিবাসী, নেপালী, বেংগলী, নুনীয়াৰ প্ৰতিনিধিয়ে অংশ কৰা সভাত অন্যান্য পিচপৰা শ্ৰেণীৰ লোকসকলক একত্ৰিত কৰি মূলতঃ আৰ্থ-সামাজিক আৰু শৈক্ষিক ক্ষেত্ৰত কাম কৰাৰ লক্ষ্যৰে সদৌ অসম অন্যান্য পিচপৰা শ্ৰেণী গঠণৰ পোষকতা কৰে ৷ এই উদ্দেশ্যে দুলাল ডেকা, বীৰেণ নাথ আৰু অৰূপ নাথক মুখ্য আহ্বায়ক হিচাপে লৈ এখন শক্তিশালী আহ্বায়ক সমিতিও গঠন কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જગદીશ ત્રિવેદીએ પ્રતિભાવમાં શહીદ સૈનિકો માટે મોટી રકમનું દાન આપવાની ઈચ્છા વ્યક્ત કરી
ધ્રાંગધ્રા ખાતે ભારતીય સેનાના ભૂમિદળનો બહું મોટો કેમ્પ વરસોથી કાર્યરત છે એ સૌ કોઈ જાણે છે....
ચૂંટણી પહેલા મોટી માત્રામાં રોકડ રકમ ઝડપાય
ચૂંટણી પહેલા મોટી માત્રામાં રોકડ રકમ ઝડપાય
મુખ્યમંત્રી શ્રી ભુપેન્દ્રભાઈ પટેલનું તરણેતર હેલિપેડ ખાતે આગમન, મંત્રીશ્રી સહિતના મહાનુભાવો દ્વારા ઉષ્માભર્યું સ્વાગત કરાયું
મુખ્યમંત્રી શ્રી ભુપેન્દ્રભાઈ પટેલ આજે તરણેતર મેળાની મુલાકાતે છે. તરણેતર હેલિપેડ ખાતે...
ভাৰতীয় সেনাৰ জোৱানে আই এছ আইৰ সৈতে স্পৰ্শকাতৰ তথ্য ভাগ-বতৰা কৰাৰ অভিযোগ
ভাৰতীয় সেনাৰ জোৱানে আই এছ আইৰ সৈতে স্পৰ্শকাতৰ তথ্য ভাগ-বতৰা কৰাৰ অভিযোগ
ভাৰতীয় সেনাৰ জোৱানে...
Lakshyavedh : ગુજરાતની રાજનીતિમાં હિંસા શું કામ ? | Gstv News
Lakshyavedh : ગુજરાતની રાજનીતિમાં હિંસા શું કામ ? | Gstv News