শ্ৰীমন্ত শংকৰদেৱ সংঘ,উত্তৰ- পশ্চিম যোৰহাট আঞ্চলিক শাখাৰ অন্তৰ্গত পদ্মপাণি প্ৰাথমিক শাখাৰ উদ্যোগত কুহুমযোগনীয়া বৰ নামঘৰত সাংস্কৃতিক মহাসভা,অসম,যোৰহাট জিলা সমিতিৰ সম্পাদক মৃদুল শইকীয়াৰ সভাপতিত্বত এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়।ৰিতুমণি বৰাই আঁত ধৰা সভাখনত উদ্দেশ্য ব্যাখ্যা আগবঢ়াই তুলসী বৰাই।উক্ত সভাত ২০২২ বৰ্ষৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক,বি.এচ.চি আৰু বি.এই পৰীক্ষাত কৃতিত্ব অনুসাৰে উত্তীৰ্ণ ২০ গৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা অনুষ্ঠানটোত বাহনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° দেৱজ্যোতি ভূঞা,ডা: চন্দ্ৰ বৰা,যোৰহাট পৌৰসভাৰ কাৰ্যবাহী বিষয়া কৃতাৰ্থ নেওঁগ আদিয়ে বক্তব্য ৰাখে।উক্ত অনুষ্ঠানত গাঁৱৰ ৫ গৰাকী বয়োবৃদ্ধ মহিলা আৰু ২ গৰাকী কৃতী শিক্ষক,এজন ৰে'লৱে বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া ৰামেশ্বৰ বৰা আদিক সম্বৰ্ধনা জনায়।বৰগীতেৰে আৰম্ভ হোৱা অনুষ্ঠান ভাগিত স্থানীয় কণ কণ শিশু সকলৰ দ্বাৰা দিহানাম পৰিৱেশনেৰে দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত কৰিলেল।উত্তৰ - পশ্চিম যোৰহাট আঞ্চলিক শাখাৰ সম্পাদক অনন্ত হাজৰিকা,অৱসৰপ্ৰাপ্ত অধ্যক্ষ হৰেশ্বৰ বৰা,সাংস্কৃতিক মহাসভা,অসম,যোৰহাট জিলা সমিতিৰ প্ৰাক্তন সভাপতি তথা কৃতী শিক্ষক মানিক চন্দ্ৰ বৰা,প্ৰজ্ঞা কস্তুৰী প্ৰকাশনৰ জোৎস্না বৰা শইকীয়া আদি উপস্থিত থাকে।একাদশ বৰ্ষৰ বাবে অনুষ্ঠিত সভাখনিত শলাগৰ শৰাই আগবঢ়াই প্ৰাঞ্জল বৰাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
માનવ કલ્યાણ યોજના હેઠળ વાણંદકામની કીટ મેળવી આત્મનિર્ભરતા તરફ ડગ માંડતા જયેશભાઈ વાઘેલા
માનવ કલ્યાણ યોજના હેઠળ વાણંદકામની કીટ મેળવી
આત્મનિર્ભરતા તરફ ડગ માંડતા જયેશભાઈ વાઘેલા...
મહેમદાવાદ ના વરસોલા ગામ ની સિમ મધ્યે આવેલ પ્રજાપતિ આર્યન એન સ્ટીલ પ્રાઇવેટ લિમિટેડ કંપની ના માલિક અને અન્ય 2 વ્યક્તિઓ ઉપર નોંધાયો અર્મ એકટ મુજબ ગુનો..વરસોલા ગામ ના સરપંચ રાજુભાઈ વીડિયો માં હોવા છતાં ગાયબ..વહીવટ કે પછી???
ખેડા જિલ્લા ના મહેમદાવાદ તાલુકા ના વરસોલા ગામે આવેલ પ્રજાપતિ આર્યન એન સ્ટીલ કંપની માં ગત...
कुसुम योजनेमार्फत महाराष्ट्रातील शेतकऱ्यांना 2 लाख सौरपंप देणार।अकोला।उपमुख्यमंत्री देवेंद्र फडणवीस
कुसुम योजनेमार्फत महाराष्ट्रातील शेतकऱ्यांना 2 लाख सौरपंप देणार।अकोला।उपमुख्यमंत्री देवेंद्र फडणवीस
ભીલડી માં ભાજપા ના કેન્દ્રીય મંત્રી ની સભા યોજાઈ
ભીલડી માં ભાજપા ના કેન્દ્રીય મંત્રી ની સભા યોજાઈ
AAP દ્વારા Collector Office એ જઈ રજુઆત કરવામાં આવી
AAP દ્વારા Collector Office એ જઈ રજુઆત કરવામાં આવી