শ্ৰীমন্ত শংকৰদেৱ সংঘ,উত্তৰ- পশ্চিম যোৰহাট আঞ্চলিক শাখাৰ অন্তৰ্গত পদ্মপাণি প্ৰাথমিক শাখাৰ উদ্যোগত কুহুমযোগনীয়া বৰ নামঘৰত সাংস্কৃতিক মহাসভা,অসম,যোৰহাট জিলা সমিতিৰ সম্পাদক মৃদুল শইকীয়াৰ সভাপতিত্বত এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়।ৰিতুমণি বৰাই আঁত ধৰা সভাখনত উদ্দেশ্য ব্যাখ্যা আগবঢ়াই তুলসী বৰাই।উক্ত সভাত ২০২২ বৰ্ষৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক,বি.এচ.চি আৰু বি.এই পৰীক্ষাত কৃতিত্ব অনুসাৰে উত্তীৰ্ণ ২০ গৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা অনুষ্ঠানটোত বাহনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° দেৱজ্যোতি ভূঞা,ডা: চন্দ্ৰ বৰা,যোৰহাট পৌৰসভাৰ কাৰ্যবাহী বিষয়া কৃতাৰ্থ নেওঁগ আদিয়ে বক্তব্য ৰাখে।উক্ত অনুষ্ঠানত গাঁৱৰ ৫ গৰাকী বয়োবৃদ্ধ মহিলা আৰু ২ গৰাকী কৃতী শিক্ষক,এজন ৰে'লৱে বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া ৰামেশ্বৰ বৰা আদিক সম্বৰ্ধনা জনায়।বৰগীতেৰে আৰম্ভ হোৱা অনুষ্ঠান ভাগিত স্থানীয় কণ কণ শিশু সকলৰ দ্বাৰা দিহানাম পৰিৱেশনেৰে দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত কৰিলেল।উত্তৰ - পশ্চিম যোৰহাট আঞ্চলিক শাখাৰ সম্পাদক অনন্ত হাজৰিকা,অৱসৰপ্ৰাপ্ত অধ্যক্ষ হৰেশ্বৰ বৰা,সাংস্কৃতিক মহাসভা,অসম,যোৰহাট জিলা সমিতিৰ প্ৰাক্তন সভাপতি তথা কৃতী শিক্ষক মানিক চন্দ্ৰ বৰা,প্ৰজ্ঞা কস্তুৰী প্ৰকাশনৰ জোৎস্না বৰা শইকীয়া আদি উপস্থিত থাকে।একাদশ বৰ্ষৰ বাবে অনুষ্ঠিত সভাখনিত শলাগৰ শৰাই আগবঢ়াই প্ৰাঞ্জল বৰাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
लवकुश - छपरवारा मार्ग में नवनिर्मित पुलिया पहली बारिश में ही बह गई
गुनौर : हासिल जानकारी के अनुसार जिले के गुनौर तहसील अंतर्गत पीडब्ल्यूडी विभाग से...
જવાનોએ J&Kમાં ઘાયલ પાક આતંકવાદીઓ માટે કર્યું રક્તદાન
સેનાએ બુધવારે જણાવ્યું હતું કે 21 ઓગસ્ટના રોજ રાજૌરી જિલ્લામાં સરહદી ચોકી પર હુમલો કરવાના પ્રયાસ...
आदिवासी शक्ति का शिक्षा मंत्री दिलावर के खिलाफ प्रदर्शन, डीएनए सैंपल की मांग
कोटा. आदिवासी युवा शक्ति कोटा के तत्वावधान में शिक्षा मंत्री मदन दिलावर के विवादित बयान के खिलाफ...
પાંથાવાઙા અને કુચાવાઙા વચ્ચે બાઈક અને ટ્રેઈલર વચ્ચે ગંભીર અકસ્માત
https://youtu.be/r_zM7Kc7yOg
પાંથાવાઙા અને કુચાવાઙા વચ્ચે બાઈક અને ટ્રેઈલર વચ્ચે ગંભીર...
Vadali PSI શ્રી JM પરમાર ની બદલી થતા વિદાય સમારંભ યોજાયો.| ATN NEWS GUJARAT
વડાલી PSI શ્રી JM પરમાર ની બદલી થતા વિદાય સમારંભ યોજાયો.વડાલી PSI શ્રી JM પરમાર દ્વારા વડાલી...