টাই আহোম উন্নয়ন পৰিষদৰ উদ্যোগত প্ৰদান কৰা বিভিন্ন সামগ্ৰী আজি টাই আহোম উন্নয়ন পৰিষদৰ সদস্য দিলীপ কোঁৱৰৰ তত্বাৱধানত প্ৰায় চাৰিশ পঞ্চাছ গৰাকী হিতাধিকাৰীৰ মাজত আছি বিতৰণ কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। গেছ ষ্টোভ, প্ৰেচাৰ কুকাৰ আৰু পিঠাগুড়ি খুন্দা মেচিন বিতৰণ কৰি বিধায়ক গৰাকীয়ে ৰাইজলৈ এয়া কাতি বিহুৰ উপহাৰ হিচাপে গ্ৰহণ কৰিবলৈ আহ্বান জনায়। উক্ত সামগ্ৰী বিতৰণ অনুষ্ঠানত উপস্থিত থাকে অ বি চি চৰাইদেউ জিলাৰ চেয়াৰমেন ৰাজেন গগৈ, চাফ্ৰাই জিলা পৰিষদৰ সদস্যা জিনু কোঁৱৰ, ৰাজ্যিক যুৱ মৰ্চাৰ সদস্য জ্যোতিষ কোঁৱৰ,ৰজাপুখুৰী গাঁও পঞ্চায়তৰ সভাপতি দেৱজিৎ হাজৰিকা আৰু শতাধিক দলীয় কাৰ্যকৰ্তা উপস্থিত আছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વાડવા ગામે જમીનમાં ભાગ બાબતે ઝગડો કરી જાન થિ મારી નાખવાની ધમકી આપતા ફરિયાદ નોંધાઇ
વાડવા ગામે જમીનમાં ભાગ બાબતે ઝગડો કરી જાન થિ મારી નાખવાની ધમકી આપતા ફરિયાદ નોંધાઇ
મળતી માહિતી...
BJP, TMC, Congress को Electoral Bond में सबसे ज़्यादा पैसा किसने दिया? Electoral Bond Data
BJP, TMC, Congress को Electoral Bond में सबसे ज़्यादा पैसा किसने दिया? Electoral Bond Data
रानपुर चट्टानेशेवर एनीकट में मछली पकड़ने गए युवक पानी मे डूबा
रानपुर थाना क्षेत्र में चट्टानेशवर एनीकट में मछली पकड़ने गए 4 युवको में से एक पानी मे डूबा देर रात...
ढकुआखाना में जब्त मादक पदार्थ - एक व्यक्ति गिरफ्तार
राज्य में नशा विरोधी अभियान जारी है. आपको छिपने से बचाया गया है। आज ढाकुआखाना मेन टाउन...