দেওবাৰে মৰাণৰ চেপন চাহবাগিচাত নিৰ্বাচনী প্ৰচাৰ চলায় ডিব্ৰুগড় লোক সভা সমষ্টিৰ এজেপি প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে মন্তব্য আগবঢ়ায় এনেদৰে "মই প্ৰান দিম বচন নিদিও আজি পুনৰ দোহাৰিছো "।মৰাণৰ চেপন চাহবাগিচাত নিৰ্বাচনী প্ৰচাৰ চলায় এনেদৰে।ইফালে ডিব্ৰুগড় লোক সভাৰ বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোনোৱালক বিফলতাৰ খল নায়ক আখ্যা লুৰিণ জ্যোতি গগৈৰ। যুদ্ধকৰি আছো অসমৰ জণগণক যিবোৰ কথা দিছিলো সেইকথা ৰাখিবলৈ আজিও বদ্ধ পৰিকৰ।উল্লেখ যোগ্য যে চেপন চাহবাগিচাত হোৱা।নিৰ্বাচনী সভাত বহুকেইজন লোক জাতীয় পৰিষদত যোগদান কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
சிங்கப்பூர் தொழில் அதிபர் உடன் தமிழக முதலமைச்சர் சந்திப்பு
மு க ஸ்டாலின் அவர்கள் சிங்கப்பூரில் செம் கார்ப் நிறுவன முதன்மை செயல் அதிகாரி கிம் யின் வாங்கை...
ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ৰ ডেৰশ বছৰীয়া জয়ন্তীৰ প্ৰতিযোগিতামূলক কাৰ্যসূচী
ঢকুৱাখনাৰ শৈক্ষিক ক্ষেত্ৰখনৰ স্বাভিমানী নক্ষত্ৰ স্বৰূপ ১৮৭২ চনতে প্ৰতিষ্ঠা লাভ কৰা ঢকুৱাখনা...
Opening Ceremony || Dhakuakhana B.Ed. College Silver Jubilee ||Trainees Group Bihu Dance Performance
Opening Ceremony || Dhakuakhana B.Ed. College Silver Jubilee ||Trainees Group Bihu Dance Performance
ભરૂચ નગરપાલિકાના વોર્ડ નંબર 10માં વધુ એક ઇમારત ધસી પડી..
ભરૂચ નગરપાલિકાના વોર્ડ નંબર 10માં વધુ એક ઇમારત ધસી પડી..