শোণিতপুৰ আৰক্ষীৰ অভিযানত নিশা জব্দ দুটাকৈ পিষ্টল৷ কলাকুছিৰ বেলশিৰিত চলোৱা এক অভিযানত উদ্ধাৰ হৈছে অবৈধ মাৰনাস্ত্ৰ৷ শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলিছিল অভিযান৷ কোনো লোকে নিৰ্দিষ্ট স্হানৰ পৰা পিষ্টল দুটা লৈ যোৱাৰ কথা আছিল৷ শোণিতপুৰ আৰক্ষীৰ হাতত আছিল আগতীয়া খবৰ৷ খবৰৰ ভিত্তিত আৰক্ষীৰ দল নিৰ্দিষ্ট স্হানত পূৰ্বৰে পৰা ৰৈ আছিল৷ আৰক্ষীৰ উপস্হিতিৰ উমান পাই নিৰ্দিষ্ট স্হানলৈ নাহিল কোনো লোক৷ ঘটনাৰে কোন জড়িত সেই সন্দৰ্ভত তদন্ত অব্যাহত৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
পশ্চিম বড়িগোগ আঞ্চলিক ৰাস মহোৎসৱত কুসুম্বৰ নাথৰ লোক সংগীতৰ অনুষ্ঠান
কামৰূপ জিলাৰ পশ্চিম বড়িগোগ আঞ্চলিক ৰাস মহোৎসৱৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী জনপ্ৰিয় লোক সংগীত শিল্পী...
પોરબંદર આ વર્ષે નવરાત્રી માં જોવા મળશે પુષ્પા સ્ટેપ્સ #navaratri2020 #garaba_gito #porbandar #news
પોરબંદર આ વર્ષે નવરાત્રી માં જોવા મળશે પુષ્પા સ્ટેપ્સ #navaratri2020 #garaba_gito #porbandar #news