মৰাণ নাহৰকটীয়া মূল সংযোগী পথটো দির্ঘদীন ধৰি অৰ্ধনিমীয়মান অৱস্থাত ৰাখি থোৱা হৈছে । পুৰণি পথটো ভাঙি পেলোৱাৰ লগতে পথটো বহল কৰিবৰ বাবে পেলোৱা মাটিয়ে গোটেই পৰিবেশটো ধূলিময় কৰি পেলাইছে, ইয়াৰ উপৰিও চলন্ত বাহনৰ দ্বাৰা শিলগুটি স্থানচ্যুত হৈ কেইবাগৰাকীও ব্যক্তিক আঘাত কৰিছে । মৰাণৰ পৰা বামুণবাৰী লৈকে এই পথচোৱাৰ কাষত কেইবাখনো বিদ্যালয়ৰ লগতে বহুকেইটা সামাজিক অনুষ্ঠান আছে । ২৪ ঘণ্টাই ধূলিৰ মাজত আবদ্ধ হৈ থাকি বহুকেইগৰাকী ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ব্যক্তি কেইবাজনো ইতিমধ্যে অসুস্থ হৈ পৰিছে । সেয়েহে, আজি প্ৰতিবাদী কাৰ্যসূচীৰ জড়িয়তে মৰাণ ৰাজহ চক্ৰ বিষয়া আৰু মাহমৰা ৰাজহ চক্ৰ বিষয়ালৈ একোখনকৈ স্মাৰক পত্ৰ প্ৰেৰন কৰে চুতীয়া জাতি যুৱ সন্মিলনে । আনহাতে, আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত গঠনমূলক সহযোগিতা নাপালে, পুনৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰা হ'ব বুলি জানিবলৈ দিয়ে সংগঠনটোৱে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सिर्फ 699 रुपये में मिल रहे 4G फोन, Mukesh Ambani का धमाकेदार दीवाली ऑफर; ऐसे उठाएं फायदा
JioBharat K1 Karbonn और JioBharat V2 4G दोनों ही फीचर फोन की कीमत कम हो गई है। दीवाली के मौके पर...
ગોરવા વિસ્તારમાં શ્રદ્ધા એવન્યુના રહીશો દ્વારા હલ્લાબોલ 2022 | Spark Today News
ગોરવા વિસ્તારમાં શ્રદ્ધા એવન્યુના રહીશો દ્વારા હલ્લાબોલનો કાર્યક્રમ 2022 | Spark Today News
પાવીજેતપુર થી તેજગઢ વચ્ચે આવેલ રેલ્વે ફાટક ઉપર મકાઈ ભરેલી ટ્રક અથડાઈ
પાવીજેતપુર થી તેજગઢ વચ્ચે આવેલ રેલ્વે ફાટક ઉપર મકાઈ ભરેલી ટ્રક અથડાઈ
...
उत्तरकाशी में महापंचायत पर रोक लगाने वाली याचिका खारिज, जमीयत-उलेमा-ए-हिंद प्रमुख ने अमित शाह को लिखी चिट्ठी
नई दिल्ली, सुप्रीम कोर्ट ने उत्तराखंड के उत्तरकाशी में पुरोला में प्रस्तावित महापंचायत पर...