শোণিতপুৰ আৰক্ষীৰ অভিযানত নিশা জব্দ দুটাকৈ পিষ্টল৷ কলাকুছিৰ বেলশিৰিত চলোৱা এক অভিযানত উদ্ধাৰ হৈছে অবৈধ মাৰনাস্ত্ৰ৷ শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলিছিল অভিযান৷ কোনো লোকে নিৰ্দিষ্ট স্হানৰ পৰা পিষ্টল দুটা লৈ যোৱাৰ কথা আছিল৷ শোণিতপুৰ আৰক্ষীৰ হাতত আছিল আগতীয়া খবৰ৷ খবৰৰ ভিত্তিত আৰক্ষীৰ দল নিৰ্দিষ্ট স্হানত পূৰ্বৰে পৰা ৰৈ আছিল৷ আৰক্ষীৰ উপস্হিতিৰ উমান পাই নিৰ্দিষ্ট স্হানলৈ নাহিল কোনো লোক৷ ঘটনাৰে কোন জড়িত সেই সন্দৰ্ভত তদন্ত অব্যাহত৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Visakhapatnam Drugs Case: जगन रेड्डी ने BJP पर लगाए ड्रग जब्ती से संबंध होने के आरोप, बोले- सभी पार्टियां हैं मेरे खिलाफ
विशाखापत्तनम बंदरगाह पर नशीले पदार्थों की एक बड़ी खेप की जब्ती का मामला सामने आया था। वहीं, अब...
iPhone 16 लाइनअप लॉन्च हुई, Apple ने बंद किए iPhone 15 Pro और iPhone 13
एपल ने 9 सितंबर को आयोजित लॉन्च इवेंट इट्स ग्लोटाइम में नए मॉडल - iPhone 16 iPhone 16 Plus iPhone...
বিহুক বিকৃত ৰূপত প্ৰদৰ্শন কৰাক লৈ দিছপুৰ প্ৰেছ ক্লাৱত সংবাদমেল বিহু কৃষ্টি পৰিষদ অসমৰ
বিহুক বিকৃত ৰূপত প্ৰদৰ্শন কৰাক লৈ দিছপুৰ প্ৰেছ ক্লাৱত সংবাদমেল বিহু কৃষ্টি পৰিষদ অসমৰ
DID লিটল মাষ্টাৰ্ছৰ নৃত্যশিল্পী আপ্পুন পেগুক ঢকুৱাখনাৰ খেৰকটাত সম্বৰ্ধনা।
DID লিটল মাষ্টাৰ্ছৰ নৃত্যশিল্পী আপ্পুন পেগুক ঢকুৱাখনাৰ খেৰকটাত সম্বৰ্ধনা।