১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ঙ্কৰ পথ দুৰ্ঘটনা।থিতাতে নিহত দুইজন।লখিমপুৰ পৰা অৰুণাচল অভিমুখী গৈ থকা AR01K 1407 নম্বৰৰ দ্ৰুত বেগী ক্ৰেটা বাহনত ট্ৰাক গাড়ী এটাই খুন্দা মাৰিব খোজাত নিয়ন্ত্ৰণ হেৰাই ক্ৰেটা বহন খন পুখুৰীত বাগৰি পৰে।বাহনখনত ৫ জন আৰোহি আছিল।দুজন থিতাতে নিহত হয় আন ৩ তিনিজক লখিমপুৰ অসামৰিক চিকিৎসালয়ত সংকতজনক অৱস্থাত ভৰ্তি কৰা হয় বুলি লালুক আৰক্ষীয়ে জানিব দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
नए नाम से भारत आ सकती है Ford Endeavor, जानें क्या होंगी खूबियां
अमेरिकी कार निर्माता Ford एक बार फिर से भारतीय बाजार में वापसी की तैयारी कर रही है। मीडिया...
হোজাইত বন্যহস্তিৰ তাণ্ডৱ
হোজাইত বনৰীয়া হাতীৰ তাণ্ডৱ।
ঠেপেলাগুৰি অঞ্চলত তাণ্ডৱ হাতী জাকৰ।।
ধান খেতিত অৱস্থান তিনিটা...
ગાંધીનગર: રામ કથા મેદાન ખાતે ૭૯ માં સ્વાતંત્ર્ય પર્વની જિલ્લા કક્ષાની ભવ્ય ઉજવણી
ગાંધીનગર: રામ કથા મેદાન ખાતે ૭૯ માં સ્વાતંત્ર્ય પર્વની જિલ્લા કક્ષાની ભવ્ય ઉજવણી
વિધાનસભાના અધ્યક્ષાશ્રી ડો.નીમાબેન આચાર્ય કચ્છ જિલ્લાના બે દિવસના પ્રવાસે
ભુજ, શનિવારઃ
ગુજરાત વિધાનસભાના અધ્યક્ષાશ્રી ડો.નીમાબેન આચાર્ય તા.૧૨ અને ૧3મી સપ્ટે.૨૦૨૨ના બે...