কাইলৈৰ পৰা খুলিব বিদ্যালয়। তৎপৰ হৈ পৰিছে বিদ্যালয় কৰ্তৃপক্ষ।

দীৰ্ঘদিন গৰম বন্ধৰ পিছত অহা কালিৰ পৰা ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান খোলাৰ নিৰ্দেশ আছে যদিও দৰং জিলাৰ বানবিধস্ত স্কুল সমুহ খোলাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়।

তেনে এখন স্কুল মঙ্গলদৈ টাউন হাইস্কুলৰ পৰিবেশ এয়া