ফণীধৰ বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়ত আজি অসমীয়া জাতিৰ গুৰিয়াল মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি ছাত্ৰ একতা সভাৰ দ্বাৰা দিনযোৰাকৈ নামকীৰ্তন, দিহানাম, বৰগীত আদি পৰিবেশন কৰে। মহাপুৰুষ জনাৰ কীৰ্তন পাঠ কৰে শিল্পী তথা এই বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উচ্চবৰ্গৰ সহায়ক তোষেশ্বৰ বৰাই।নামতি বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নগেন গগৈ,ভক্ত নন্দেশ্বৰ বৰা, অৱসৰপ্ৰাপ্ত শিক্ষক মাধুৰ্য বৰা, বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰে। বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী দিব্যা ঠাকুৰীয়া ই গুৰুজনা বিৰচিত এটি বৰগীত পৰিবেশন কৰে। ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ইন্দ্ৰজিৎ নাথৰ নেতৃত্বত ছাত্ৰ-ছাত্ৰী সকলে দিহানাম পৰিবেশন কৰে। বিদ্যালয়ৰ শিক্ষক প্ৰয়াত মুনিন কুমাৰ বৰা সোঁৱৰণী ৰচনা প্ৰতিযোগিতাও দুটা শাখাত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
BJP की जीत के लिए त्यागे थे जूते-चप्पल, प्रण पूरा हुआ तो जूते पहनाने पहुंचे Shivraj Singh | Viral
BJP की जीत के लिए त्यागे थे जूते-चप्पल, प्रण पूरा हुआ तो जूते पहनाने पहुंचे Shivraj Singh | Viral
વલભીપુર શહેરના વોર્ડ નંબર એકમાં જન સંવાદ કાર્યક્રમનું આમ આદમી પાર્ટી દ્વારા આયોજન કરાયું
વલભીપુર શહેરના વોર્ડ નંબર એકમાં જન સંવાદ કાર્યક્રમનું આમ આદમી પાર્ટી દ્વારા આયોજન કરાયું
বিশ্বনাথ জিলাত একেদিনাই ৩৫ টা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ শুভ উদ্বোধন কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ
শিশুৰ সৰ্বাংগীন বিকাশৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এক যুগান্তকাৰী পদক্ষেপৰ অংশ ৰূপেই আজি বিশ্বনাথ...
UP By Election 2024: उपचुनाव से यूपी के 2 लड़कों के रिश्तों में आई खटास, जानिए क्या हुई बात?
UP By Election 2024: उपचुनाव से यूपी के 2 लड़कों के रिश्तों में आई खटास, जानिए क्या हुई बात?