মাজুলীত পুনৰ অঘটন।ব্ৰহ্মপুত্ৰৰ বুকুত আৱদ্ধ ৰ'পেক্স জাহাজ। ব্ৰহ্মপুত্ৰত পানী কম হোৱাৰ বাবে আৱদ্ধ হৈ পৰে জাহাজ খন। শতাধিক যাত্ৰী সহ জাহাজ খনত আছে বিভিন্ন বাহন। জাহাজ খনত সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামী থকা বুলি জানিব পৰা গৈছে। যাত্ৰী সকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় যদিও যাত্ৰী সকলক সুকলমে পাৰ কৰাবলৈ সক্ষম হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
WhatsApp पर छोटे अक्षरों को देखने में आ रही परेशानी, फॉन्ट साइज को ऐसे करें ठीक
वॉट्सऐप पर चैटिंग के दौरान कई बार कुछ यूजर्स को अक्षरों के साइज को लेकर परेशानी आती है। खास कर घर...
IPL 2023: जब David warner को Ricky Ponting से मजाक करना पड़ा भारी, जेल जाने की आ गई थी नौबत
ऑस्ट्रेलिया के बल्लेबाज डेविड वॉर्नर ने रिकी पोंटिंग के साथ अपनी एक घटना का खुलासा करते हुए बताया...
પરમ સંત કૃપાલ સિંહજી મહારાજ - અધ્યાત્મવાદના સૂર્ય.
પરમ સંત કૃપાલ સિંહજી મહારાજ - અધ્યાત્મવાદના સૂર્ય.
સાવન કૃપાલ રુહાની મિશન દ્વારા 21...
গছ বচাওক ধ্বনিৰে উত্তাল গোলাঘাট। গোলাঘাট নগৰত চলা বনধ্বংসৰ বিৰুদ্ধে ওলাই আহিল নাগৰিক সমাজ
গোলাঘাট নগৰত গছ কটা অভিযানৰ বিৰুদ্ধে স্বতস্ফূৰ্তভাৱে ওলাই আহিল গোলাঘাটৰ নাগৰিক সমাজ। আজি গোলাঘাট...
આમોદ તાલુકાના કોલવણા ખાતે કંસાઈ નેરોલેક કંપનીએ પાંચ લાખ થી વધુ ના ખર્ચે બનેલ પાણી ની ટાંકી ગ્રામજનોને અર્પણ કરાઈ
કોલવણા ખાતે કંસાઈ નેરોલેક કંપનીએ પાંચ લાખ થી વધુ ના ખર્ચે બનેલ પાણી ની ટાંકી ગ્રામજનોને અર્પણ કરાઈ