কামৰূপ জিলাৰ হাজো সমষ্টিৰ অন্তৰ্গত বাৰাংহাটী গাওঁ পঞ্চায়তৰ এলেকাধীন বহুতো বাটপথৰ অৱস্থাই সমষ্টিটোৰ উন্নয়নৰ আচল ছবি স্পষ্ট হৈ পৰে৷উল্লেখ্য যে পঞ্চায়ত খনৰ অন্তৰ্গত চকীৰবড়ী চকৰ পৰা সৌৰামুৰীলৈ যোৱা পথটোৰ অৱস্থা দেখিলে সকলো ৰাইজে সমষ্টিৰ জনপ্ৰতিনিধি গৰাকীকে ধিক্কাৰ দিব৷জানিব পৰামতে পথটো কেইবাবাৰো মেৰামতিও কৰিছে৷কিন্তু পথচাৰী যাতায়তৰ উপযোগী নহয় হে নহয়৷ প্ৰতিটো বাৰিষাতে পথটো বোকাপানীৰে একাকাৰ হৈ যাতায়তৰ অনুপযোগী হৈ পৰে৷ভূক্তভোগি ৰাইজে পথটো জনপ্ৰতিনিধি অথবা বিভাগীয় বিষয়া কৰ্মচাৰীক স্ব-চক্ষে প্ৰত্যক্ষ কৰি মেৰামতি কৰাৰ দাবী কৰিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
રુલ લેવલ જાળવવા
ઠેબી જળાશયના ૦૨ દરવાજા ૦.૩૦ મીટર ખોલવામાં આવ્યા
અમરેલી, ચાંપાથળ, પ્રતાપપરા અને ફતેપુર ગામના લોકોને નદીના પટમાં અવર જવર ન કરવા તથા સાવચેત રહેવા...
વડાપ્રધાન નરેન્દ્ર મોદીએ બોડેલી ખાતે વિશાળ જનમેદની ને સંબોધી /SABANDH BHARAT NEWS /DEESA
વડાપ્રધાન નરેન્દ્ર મોદીએ બોડેલી ખાતે વિશાળ જનમેદની ને સંબોધી /SABANDH BHARAT NEWS /DEESA
MCN NEWS | सोलार पॅनल वरील प्लेटा चोरी करणारे चोरटे पोलिसांच्या ताब्यात...
MCN NEWS | सोलार पॅनल वरील प्लेटा चोरी करणारे चोरटे पोलिसांच्या ताब्यात...
બનાસ નાં વિસ્તારમાં હજુ પણ માનવતા દેખાય છે
ડીસા તાલુકા ના આસેડા ગામ ના ગણપતભાઇ સુરેશભાઈ પ્રજાપતિને અસેડા ગામ પાસે ₹12,58,000 જેટલા...
দশমীৰ দিনা অঘটন,তীব্ৰ বেগী বাহনৰ খুন্দাত ৰাস্তা পাৰ হ'ব বিচৰা মহিলাৰ মৃত্যু
বিজয়া দশমীৰ দিনাই সোণাপুৰৰ ডিগাৰুগেটত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত এগৰাকী...