কামৰূপ জিলাৰ হাজো সমষ্টিৰ অন্তৰ্গত বাৰাংহাটী গাওঁ পঞ্চায়তৰ এলেকাধীন বহুতো বাটপথৰ অৱস্থাই সমষ্টিটোৰ উন্নয়নৰ আচল ছবি স্পষ্ট হৈ পৰে৷উল্লেখ্য যে পঞ্চায়ত খনৰ অন্তৰ্গত চকীৰবড়ী চকৰ পৰা সৌৰামুৰীলৈ যোৱা পথটোৰ অৱস্থা দেখিলে সকলো ৰাইজে সমষ্টিৰ জনপ্ৰতিনিধি গৰাকীকে ধিক্কাৰ দিব৷জানিব পৰামতে পথটো কেইবাবাৰো মেৰামতিও কৰিছে৷কিন্তু পথচাৰী যাতায়তৰ উপযোগী নহয় হে নহয়৷ প্ৰতিটো বাৰিষাতে পথটো বোকাপানীৰে একাকাৰ হৈ যাতায়তৰ অনুপযোগী হৈ পৰে৷ভূক্তভোগি ৰাইজে পথটো জনপ্ৰতিনিধি অথবা বিভাগীয় বিষয়া কৰ্মচাৰীক স্ব-চক্ষে প্ৰত্যক্ষ কৰি মেৰামতি কৰাৰ দাবী কৰিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
চাংসাৰিত মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতিৰ বন্যা ____শীঘ্ৰে আৰম্ভ হব কুৰুৱা-নাৰেংগী সংযোগী দলঙৰ কাম
চাংসাৰিত মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতিৰ বন্যা ____শীঘ্ৰে আৰম্ভ হব কুৰুৱা-নাৰেংগী সংযোগী দলঙৰ...
પાલીતાણા માલપરા ગામ નજીક આંખલા અડફેટે યુવકનું મોત નીપજ્યું
પાલીતાણા માલપરા ગામ નજીક આંખલા અડફેટે યુવકનું મોત નીપજ્યું
Hey Kem Cho London movie Review | Kem Cho London review |Interview with star cast
Hey Kem Cho London movie Review | Kem Cho London review |Interview with star cast