শনিবাৰৰ পৰা কাজিৰঙাত পৰ্যটকৰ বাবে মুকলি অনলাইন টিকেট বুকিং প্ৰক্ৰিয়া। এতিয়াৰে পৰা কাজিৰঙালৈ অহা পৰ্যটকে অনলাইনৰ জৰিয়তে কৰিব পাৰিব জীপ চাফাৰীৰ বুকিঙ।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ মতে ইয়াৰ দ্বাৰা কাজিৰঙালৈ অহা পৰ্যটকসকল উপকৃত হোৱাৰ লগতে সমগ্ৰ প্ৰক্ৰিয়া স্বচ্ছ হ'ব। শনিবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মিহিমুখত অনলাইন ব্যৱস্থা মুকলি কৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ DFO ৰমেশ কুমাৰ গগৈয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વીજળી પડવાથી બાળક સહિત 2નાં મોત
શહેરમાં 13 ઓગસ્ટ બાદ છેલ્લા 28 દિવસથી વરસાદ ન થતા ભાદરવાની ગરમીનો પારો શનિવારે 38 ડિગ્રી સુધી...
Oppo F27 5G: अल्ट्रा-क्लियर कैमरा सिस्टम के साथ लॉन्च होगा नया ओप्पो फोन, डिजाइन होगा शानदार
ओप्पो ने जून में अपने भारतीय ग्राहकों के लिए Oppo F27 Pro+ 5G लॉन्च किया था। अब कंपनी Oppo F27 5G...
Bihar Paper Leak Law : बिहार में पेपर लीक पर सख्त कानून लाने की तैयारी | Nitish Kumar
Bihar Paper Leak Law : बिहार में पेपर लीक पर सख्त कानून लाने की तैयारी | Nitish Kumar