আহিনী পূৰ্ণিমাত বৰ্ষাব্ৰতৰ অন্ত হোৱাৰ পৰবৰ্তী সময়ত বৌদ্ধ ধৰ্মী লোকসকলে ভিক্ষুসকলক চীৱৰ দান কৰে ৷বৰ্ষাব্ৰতৰ সময়চোৱাত বৌদ্ধ ভিক্ষসকল কঠিন ব্ৰতত থাকি উপাসক উপাসিকাক বুদ্ধৰ শিক্ষা প্ৰদান কৰে ৷ইয়াৰ প্ৰতিদানস্বৰূপে উপাসক উপাসিকাই তথা সাধাৰন ৰাইজে প্ৰতিবছৰে ভিক্ষুসকলক বস্ত্ৰ দান কৰে ৷চলাপথাৰ শ্যাম গাৱঁৰ দুয়োটা বৌদ্ধ বিহাৰৰ ভিক্ষুসকলকো সুদূৰ থাইলেণ্ডৰ ৫ গৰাকী লোকে একে কাৰনতে বস্ত্ৰ দান কৰাৰ লগতে দুপৰীয়াৰ আহাৰ দিয়ে ৷থাইলেণ্ডৰ ধৰ্মপ্ৰাণ ব্যক্তি ইচাৰা স্বনাবলৰ নেতৃত্বত অহা বিশ্ববিদ্যালয়ৰঅধ্যাপকৰ দলটিয়ে চলাপথাৰ শ্যাম গাৱঁলৈ আহি আনন্দিত হোৱা বুলি কোৱাৰ লগতে চলাপথাৰ শ্যাম গাৱঁৰ অতিথি আপ্যায়নৰ উচ্চ প্ৰশংসা কৰে ৷বৌদ্ধ বিহাৰ ভান্তে সকলেও অতিথিসকলক উপহাৰৰ লগতে আৰ্শীবাদ প্ৰদান কৰে ৷অতিথি সকলে গাৱঁৰ ৰাইজৰ লগত ভান্তে সকলৰ পৰা পঞ্চশীল গ্ৰহণ কৰাৰ লগতে গাৱখনো পৰিভ্ৰমন কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસા શહેર ખાતે રેપીડ એકશન ફોર્સ (RAF) અને ડીસા પોલીસનુ ગવાડી સહીતના વિસ્તારમાં પ્રેટ્રોલીંગ#act#guj#
બનાસકાંઠાની આર્થીક નગરી ડીસા શહેર ખાતે રેપીડ એકશન ફોર્સ (RAF ) પરિચયના હેતુથી કવાયત માટે તૈનાત...
73 માં વન મહોત્સવ ની ઊજવણી કરાઈ
73 માં વન મહોત્સવ ની ઊજવણી કરાઈ
11 CFOs and Senior Finance Leaders Share How AI Is Reshaping the Future of Finance Careers
11 CFOs and Senior Finance Leaders Share How AI Is Reshaping the Future of Finance Careers
ડીસા તાલુકાના જેનાલ વરણ ભીનમાલિયા હનુમાનજી ના મંદિરે મેળો ભરાયો.
ડીસા તાલુકાના જેનાલ વરણ ભીનમાલિયા હનુમાનજી ના મંદિરે મેળો ભરાયો.