মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ জেড প্লাছ নিৰাপত্তা।কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ উত্তৰ পূবৰ ৰাজ্যসমূহত বলৱৎ থাকিব CRPF বাহিনীৰ জেড্ প্লাছ নিৰাপত্তা বেষ্টনী। কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে জাৰি কৰিছে এই নিৰ্দেশনা। উল্লেখ্য যে, দেশৰ ভি.আই.পি.সকলৰ সুৰক্ষাৰ বাবে বিভিন্ন শ্ৰেণী যেনে এক্স, ৱাই, ৱাই+, জেড, জেড+ আদিত সামৰি লোৱা হয়। বিশেষ সুৰক্ষা গোট (এছপিজি) হৈছে প্ৰধানমন্ত্ৰীক প্ৰদান কৰা সৰ্বোচ্চ পৰ্যায়ৰ নিৰাপত্তা আৱৰণ।

Sponsored

महावीर कुल्फी सेन्टर - बूंदी

महावीर कुल्फी सेन्टर की और से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं