বিশ্ব স্তনপান সপ্তাহ উপলক্ষে আজি ৰঙিয়াৰ ঐতিহাসিক কৃষক শ্বহীদ ভৱনত এখন সভা অনুষ্ঠিত কৰা হয় । কমলপুৰ ৰঙিয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে প্ৰকল্প বিষয়া ডেইজী ৰানী দেৱীয়ে । সভাখনত উপস্থিত মহিলা সকলৰ উদ্দেশ্যি বিশ্ব স্তনপান সপ্তাহ উপলক্ষে আজি ৰঙিয়াৰ ঐতিহাসিক কৃষক শ্বহীদ ভৱনত এখন সভা অনুষ্ঠিত কৰা হয় । কমলপুৰ ৰঙিয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে প্ৰকল্প বিষয়া ডেইজী ৰানী দেৱীয়ে । সভাখনত মাতৃ দুগ্ধৰ উপকাৰীতা সম্পৰ্কে বিস্তৃত ভাবে ব্যাখ্যা কৰা হয় । সভাখনৰ লগত সংগতি ৰাখি এখন কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হয় । প্ৰতিযোগিতা খনত বিজয়ী সকলক সভাৰ অন্তত পুৰস্কাৰ বিতৰণ কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
10 हजार रुपये की Down payment के बाद घर ले आएं Honda Activa, देनी होगी सिर्फ इतनी EMI
दो पहिया वाहन निर्माता Honda की ओर से स्कूटर सेगमेंट में Activa को भी बिक्री के लिए...
Breaking News: Ghaziabad BJP प्रत्याशी Atul Garg के साथ धक्का-मुक्की, ग्रामीण थे नाराज | Aaj Tak
Breaking News: Ghaziabad BJP प्रत्याशी Atul Garg के साथ धक्का-मुक्की, ग्रामीण थे...
Banaskantha News | Omkareshwar Temple Arniwada, હવન યજ્ઞ યોજાયો | Kankrej News | Dpnews
Banaskantha News | Omkareshwar Temple Arniwada, હવન યજ્ઞ યોજાયો | Kankrej News | Dpnews
દાતાના સહયોગથી શ્રી માલપુરીયા પ્રાથમિક શાળામાં દાલબાટી નું ભોજન પીસાયું
તારીખ ૨૩.૨.૨૦૨૩ ના રોજ અમીરગઢ તાલુકાનીશ્રી માનપુરીયા પ્રાથમિક શાળા. નંબર ૨ છે..જે ઇકબાલ ગઢ થી ૧૩...