UPSC আৰু APSC পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচৰা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে এতিয়া আৰু চিন্তাৰ কাৰণ নাই। সৰ্বভাৰতীয় প্ৰতিযোগিতামুলক পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰাকৈ সোণাৰিতে ল'ব পাৰিব প্ৰশিক্ষণ। সোণাৰিৰ Dream Zone IASয়ে আগবঢ়াইছে পাঁচমহীয়া এটা বিশেষ পাঠ্যক্ৰম। অভিজ্ঞ প্ৰশিক্ষক তথা ইতিমধ্যে প্ৰশাসনিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ চৰকাৰৰ উচ্চপদস্থ বিষয়া হিচাপে কৰ্মৰত বিষয়াসকলৰ দ্বাৰা সোণাৰিৰ এলিট একাডেমিত আৰম্ভ কৰা হৈছে এই বিশেষ পাঠ্যক্ৰম। এই পাঠ্যক্ৰমৰ শুভাৰম্ভণি অনুষ্ঠানটো অহা ৫ আগষ্ট তাৰিখে আবেলি তিনি বজাত এলিট একাডেমিত আয়োজন কৰা হৈছে। উক্ত অনুষ্ঠানত ড্ৰীমছ জ'ন আইএএছৰ শিক্ষাৰ্থীসকলৰ লগতে শুভাকাংক্ষী সকলৰ উপস্থিতি কামনা কৰিছে কৰ্তৃপক্ষই। উল্লেখ্য যে, ২০২০ চনতে প্ৰতিষ্ঠা লাভ কৰা Dream Zone IASত বিনামূলীয়া প্ৰশিক্ষণ লাভ কৰা বহু কেইগৰাকী প্ৰশিক্ষাৰ্থীয়ে ইতিমধ্যে চৰকাৰী বিভিন্ন বিভাগত যোগদান কৰিবলৈ সক্ষম হৈছে। পাঠ্যক্ৰমৰ সবিশেষ জানিবলৈ 6901505942 / 7002611946 নম্বৰত যোগাযোগ কৰিব পাৰিব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
T20 World Cup: पाकिस्तान से जीत के बाद भी टीम इंडिया को बड़ा झटका, हो गया उलटफेर
टी20 वर्ल्ड कप 2022 का आगाज बेहतरीन तरीके से हो गया है. सभी टीमें वर्ल्ड कप के लिए जमकर पसीना...
स्वतंत्रता दिवस की शाम मिली युवती की लाश, हनुमान बेनीवाल ने CM पर साधा निशाना
राजस्थान के केकड़ी जिले में 15 अगस्त की रात एक 18 वर्षीय युवती की लाश मिलने से हड़कंप मच गया. ये...
भारत-न्यूजीलैंड पहला टेस्ट- कीवी टीम 402 रन पर ऑलआउट:356 रन की बढ़त बनाई, रचिन रवींद्र की सेंचुरी
न्यूजीलैंड की टीम भारत के खिलाफ बेंगलुरु टेस्ट की पहली पारी में 402 रन पर ऑलआउट हो गई है। टीम ने...
नीमकाथाना तहसीलदार महेश ओला ने किया पटवारियों के लिए रैंकिंग सिस्टम शुरू
नीमकाथाना तहसीलदार ने पटवारी के लिए रैंकिंग सिस्टम शुरू किया। इस रैंकिंग से अब पेंडिंग कार्यों...
આજ વીરપુર ખાતે હજરત મહેમુદ દરિયા દુલ્હા ના ઉર્ષ નો આરંભ હજારો લોકો સામેલ
ખેડા જિલ્લાના શેનસાહ ગણાતા હજરત ખ્વાજા મહેમુદ દરિયા દુલ્હા ના 503 માં ઉર્ષ નું આજ થી આરંભ વીરપુર...