নলবাৰী জিলাৰ বৰভাগৰ এজন যুৱকে কালি মহানগৰীৰ শ্ৰীমন্তপূৰৰ এখন ল’জত বিষাক্ত ইনজেকচন লৈ আত্মহত্যা কৰে৷উল্লেখ্য যে আজি পাপু দাস নামৰ যুৱকজনৰ মৃতদেহ বৰভাগৰ আৰাঙ্গমৌ আহি পোৱাত এক অবৰ্ণনীয় পৰিবেশৰ সৃষ্টি হয়৷কান্দোনত ভাঙি পৰে ওচৰচুবুৰীয়া তথা আত্মীয় স্বজন৷আৰাঙ্গমৌ গাৱঁৰ পংকজ দাসৰ জ্যেষ্ঠ পুত্ৰ আছিল পাপু দাস৷উল্লেখ্য যে মৃত্যুৰ ২১ দিন পূৰ্বে জি এম চি এইচত আই চি ইউ টেকনিচিয়ান হিচাবে কৰ্মত যোগদান কৰিছিল পাপু দাসে৷জ্যেষ্ঠ কোনো বিষয়াৰ সৈতে হোৱা মনোমালিন্যৰ বাবে বাইশ বছৰীয়া যুৱক জনে চৰম সিদ্ধান্ত লোৱা বুলি চৰ্চা চলিছে যদিও পৰিয়ালে এই সম্পৰ্কত অজ্ঞতা প্ৰকাশ কৰিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
চলন্ত বাহনত বন্যহস্তীৰ আক্ৰমণ থিতাতে নিহত এটি শিশু।
নিহত কণমানিটি বকলীয়াৰ ৰংলি তেৰাংপী।হাতীৰ আক্ৰমণত কথমপি প্ৰাণ ৰক্ষা আন ৩ গৰাকী যাত্ৰীৰ।ডংকাৰ পৰা...
Vivo जल्द ला रहा भारतीय ग्राहकों के लिए एक नया Smartphone, Y200 Pro 5G की होने जा रही एंट्री?
वीवो ने बीते साल ही अपने ग्राहकों के लिए Vivo Y200 5G पेश किया था। इस साल कंपनी ने भारत में Vivo...
আজাদী কা অমৃত মহোৎসৱ’ৰ উপলক্ষে মৰাণত বৃহৎ চাইকেল ৰেলী । বিধায়ক চক্ৰধৰ গগৈৰ অংশগ্ৰহণ।
কাইলৈ দেশবাসীয়ে অনুষ্ঠিত কৰিব স্বাধীনতা দিৱস। স্বাধীনতা দিৱস উদযাপনৰ বাবে...