কাইলৈ ঘোষণা হ'ব তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল। ২৬ হাজাৰ পদৰ বাবে পৰীক্ষাত অৱৰ্তীন হৈছিল প্ৰায় ১৪ লাখ পৰীক্ষাৰ্থী।