তেজপুৰত মাদ্ৰাছাৰ পৰা সন্ধানহীন ২ ছাত্ৰ৷ ছাত্ৰদ্বয় হৈছে - মুছাৰ্দুৰ ৰহমান (মুন) আৰু আলহাজ মুছিদুৰ ৰহমান৷ দুয়োজন ছাত্ৰ সোমবাৰৰ পৰা সন্ধানহীন হৈ আছে৷ ১৩ আৰু ১৪ বছৰীয়া ছাত্ৰ দুজন বিগত ২-৩ বছৰ ধৰি হায়াতুল উলুম মাদ্ৰাছাত অধ্যয়নৰত আছিল৷ সোমবাৰে পুৱাৰে পৰা ছাত্ৰ দুজন নিৰুদ্দেশ হোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক৷ নিৰুদ্দেশ সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিছে ছাত্ৰ দুজনৰ পৰিয়ালে৷ দাখিল কৰিছে পৃথকে-পৃথকে এজাহাৰ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Chirag Paswan Exclusive: चिराग पासवान का विस्फोटक इंटरव्यू, कहा- नामांकन के वक्त पिता की आई याद
Chirag Paswan Exclusive: चिराग पासवान का विस्फोटक इंटरव्यू, कहा- नामांकन के वक्त पिता की आई याद
शेतकऱ्याच्या सोयाबीन पिकावरील अळीचा प्रादुर्भाव वाढल्याने शेतकरी राजा अडचणीत@news23marathi
शेतकऱ्याच्या सोयाबीन पिकावरील अळीचा प्रादुर्भाव वाढल्याने शेतकरी राजा अडचणीत@news23marathi
જેતપુર: ખીરસરા ગામના એક ખેડૂતે પોતાના ખેતરમાં ખેત તલાવડી બનાવી
જેતપુર: ખીરસરા ગામના એક ખેડૂતે પોતાના ખેતરમાં ખેત તલાવડી બનાવી
अहमदाबाद : गुजरात प्रदेश कांग्रेस कमेटी द्वारा परिवर्तन संकल्प यात्रा का आयोजन किया गया
अहमदाबाद : गुजरात प्रदेश कांग्रेस कमेटी द्वारा परिवर्तन संकल्प यात्रा का आयोजन किया गया ...
বিশ্বনাথত “হৰ ঘৰ ত্ৰিৰংগা” কাৰ্যসূচীৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিশ্বনাথ আৰক্ষীৰ উদ্যোগত বিশ্বনাথ চাৰিআলি চহৰৰ মাজৰে এক সমদল বাহিৰ
ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰীয়া বৰ্ষপুৰ্তি উপলক্ষে সমগ্ৰ ভাৰততে আজাদি কা অমৃত মহোৎসৱ পালন কৰা হৈছে।...